![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/as/thumb/1/10/Purnima_pathak.jpg/640px-Purnima_pathak.jpg&w=640&q=50)
পূৰ্ণিমা পাঠক শইকীয়া
অসমীয়া চলচ্চিত্ৰ আৰু মঞ্চ অভিনেত্ৰী / From Wikipedia, the free encyclopedia
পূৰ্ণিমা পাঠক শইকীয়া (বিবাহৰ পূৰ্বে পাঠক; ইংৰাজী: Purnima Pathak Saikia) এগৰাকী অসমীয়া চলচ্চিত্ৰ আৰু মঞ্চ অভিনেত্ৰী। দূৰদৰ্শনৰ অনুষ্ঠান কাৰ্যবাহী ৰূপে তেওঁ দূৰদৰ্শনৰ বহুতো অনুষ্ঠানৰ প্ৰযোজনাও কৰিছে। তেওঁ অভিনয় কৰা কেইখনমান গুৰুত্বপূৰ্ণ ছবি হ’ল- উপগ্ৰহ, দূৰণীৰ ৰঙ, তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী আৰু অসমীয়া চলচ্চিত্ৰাভিনেতা প্ৰাঞ্জল শইকীয়া তেওঁৰ স্বামী।[1]
ক্ষিপ্ৰ তথ্য পূৰ্ণিমা পাঠক শইকীয়া, জন্ম ...
পূৰ্ণিমা পাঠক শইকীয়া | |
---|---|
![]() উপগ্ৰহ (১৯৭২) চলচ্চিত্ৰৰ এটা দৃশ্যত পূৰ্ণিমা পাঠক | |
জন্ম | পূৰ্ণিমা পাঠক যোৰহাট, অসম, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী |
উল্লেখযোগ্য কৰ্ম | উপগ্ৰহ, দূৰণীৰ ৰঙ |
দাম্পত্যসঙ্গী | প্ৰাঞ্জল শইকীয়া |
বন্ধ কৰক