পাৰঘাট (চলচ্চিত্ৰ)
অসমীয়া চলচ্চিত্ৰ (১৯৪৯) / From Wikipedia, the free encyclopedia
পাৰঘাট (ইংৰাজী: Parghat) প্ৰমথৰাম দাসৰ প্ৰাগজ্যোতিষ কলাচিত্ৰ প্ৰতিষ্ঠানে প্ৰযোজনা কৰা সপ্তম অসমীয়া চলচ্চিত্ৰ। মুক্তি পাইছিল ১৯৪৯ৰ ৫ আগষ্টত। ছবিখনৰ পৰিচালনা আৰু কাহিনী আছিল প্ৰবীন ফুকনৰ। কানি বেপাৰক কেন্দ্ৰ কৰি কাহিনী ৰচনা হৈছিল। চিত্ৰগ্ৰহণ কলকাতাৰ ইন্দ্ৰপুৰী ষ্টুডিঅ'ত। এই ছবিৰ যোগেদি অভিনেত্ৰী জ্ঞানদা কাকতিয়ে ছবিজগতত প্ৰথম খোজ পেলাইছিল।[1][2]
ক্ষিপ্ৰ তথ্য পাৰঘাট Parghat, পৰিচালক ...
পাৰঘাট Parghat | |
---|---|
পৰিচালক | প্ৰবীণ ফুকন |
প্ৰযোজক | প্ৰমথ ৰাম দাস |
সংগীত পৰিচালক | গন্ধৰ্ব |
প্ৰযোজনা কোম্পানীসমূহ |
ইন্দ্ৰপুৰী ষ্টুডিঅ', কলকাতা |
মুক্তি |
৫ আগষ্ট ১৯৪৯ |
দেশ | ভাৰত ![]() |
ভাষা | অসমীয়া |
বন্ধ কৰক