![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/8f/Gyanada_Kakati.jpg/640px-Gyanada_Kakati.jpg&w=640&q=50)
জ্ঞানদা কাকতি
চলচ্চিত্ৰ অভিনেত্ৰী / From Wikipedia, the free encyclopedia
জ্ঞানদা কাকতি (ইংৰাজী: Gyanada Kakati) এগৰাকী অসমীয়া অভিনেত্ৰী আৰু কণ্ঠশিল্পী। ১৯৪৯ চনত পাৰঘাট ছবিৰে অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰা কাকতিয়ে অসমীয়াৰ উপৰিও বঙালী ছবিতো অভিনয় কৰিছে। পূবেৰুণ ছবিৰে দৰ্শকৰ মাজত জনপ্ৰিয় হোৱা কাকতিয়ে ১৯৬০ চনত বাৰ্লিন চলচ্চিত্ৰ মহোসৎৱত অংশগ্ৰহণ কৰে। ২০০২ চনত তেওঁ অসম চৰকাৰৰ বিষ্ণু ৰাভা বঁটা লাভ কৰে।
ক্ষিপ্ৰ তথ্য জ্ঞানদা কাকতি, জন্ম ...
জ্ঞানদা কাকতি | |
---|---|
![]() ২০১৩ চনত জ্ঞানদা কাকতি | |
জন্ম | জ্ঞানদা দাস ১৯৩২ |
বাসগৃহ | শ্বিলং |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৪৯-৯৬ |
উল্লেখযোগ্য কৰ্ম | |
দাম্পত্যসঙ্গী | লোহিত কাকতি |
বন্ধ কৰক