তাঞ্চঙীয়া ভাষা
ভাৰত-আৰ্য ভাষা / From Wikipedia, the free encyclopedia
তাঞ্চঙীয়া হৈছে বাংলাদেশৰ পাৰ্বত্য চট্টগ্ৰাম, ভাৰতৰ ত্ৰিপুৰা আৰু মিজোৰাম ৰাজ্য আৰু ম্যানমাৰৰ ৰাখাইন ৰাজ্যত প্ৰচলিত এটা ভাষা। ই এটা ভাৰত-আৰ্য ভাষা যদিও কোনো কোনো বিদ্বানৰ মতে ই তিব্বত-বৰ্মীয় ভাষা।[1][2] ইয়াৰ চাকমা আৰু চট্টগ্ৰামীয়া ভাষাৰ সৈতে ওতপ্ৰোত সম্পৰ্ক আছে।
ক্ষিপ্ৰ তথ্য তাঞ্চঙীয়া, থলুৱা অঞ্চল ...
তাঞ্চঙীয়া | |
---|---|
থলুৱা অঞ্চল | বাংলাদেশ |
অঞ্চল | পাৰ্বত্য চট্টগ্ৰাম (বাংলাদেশ) মিজোৰাম আৰু ত্ৰিপুৰা (ভাৰত) ৰাখাইন ৰাজ্য (ম্যানমাৰ) |
জাতীয়তা | তাঞ্চঙীয়া জনগোষ্ঠী |
স্থানীয় ভাষিক |
২২,০০০ |
ভাষা পৰিয়াল |
ভাৰত-ইউৰোপীয়
|
লিখন প্ৰণালী | তাঞ্চঙীয়া বৰ্ণমালা |
ভাষা সংকেত | |
ISO 639-3 | tnv |
বন্ধ কৰক