চাকমা ভাষা
ভাৰত-আৰ্য ভাষা / From Wikipedia, the free encyclopedia
চাকমা ভাষা (/ˈtʃɑːkmə/; autonym: 𑄌𑄋𑄴𑄟𑄳𑄦 𑄞𑄌𑄴, Changmha Bhach) হৈছে চাকমা আৰু দাইঙেত জনগোষ্ঠীৰ লোকে কোৱা এটা ভাৰত-আৰ্য ভাষা। বাংলাদেশৰ চট্টগ্ৰামীয়া ভাষা, তাঞ্চঙীয়া, ৰাখাইনীয়া আদি ভাষাৰ সৈতে এই ভাষাৰ কিছু মিল আছে। দক্ষিণ-পূব বাংলাদেশৰ পাৰ্বত্য চট্টগ্ৰামত প্ৰায় ৩১০,০০০জন, ভাৰতৰ অসম আৰু ত্ৰিপুৰা ৰাজ্যত ৩০০,০০০জন আৰু মিজোৰাম ৰাজ্যত ৪০,২৬৫জন লোকে এই ভাষা কয়। এই ভাষা চাকমা লিপি (বা অঝা পাঠ) ব্যৱহাৰ কৰি লিখা হয়।
ক্ষিপ্ৰ তথ্য চাকমা, থলুৱা অঞ্চল ...
চাকমা | |
---|---|
Changmha, Daingnet | |
𑄌𑄋𑄴𑄟𑄳𑄦 𑄞𑄌𑄴 | |
![]() চাকমা লিপিত চাকমা ভাষা লিখা হৈছে | |
থলুৱা অঞ্চল | বাংলাদেশ আৰু ভাৰত |
অঞ্চল | পাৰ্বত্য চট্টগ্ৰাম, মিজোৰাম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা |
জাতীয়তা | চাকমা, দাইঙেত |
স্থানীয় ভাষিক |
বাংলাদেশত ৩২৬,০০০জন, ভাৰতত ২২৮,২৮১জন[1][2], লগতে ম্যানমাৰত |
ভাষা পৰিয়াল |
ভাৰত-ইউৰোপীয়
|
লিখন প্ৰণালী | চাকমা লিপি, লেটিন লিপি, অসমীয়া–বঙালী লিপি[3] |
ভাষা সংকেত | |
ISO 639-3 | ccp[4] |
IETF | ccp |
বন্ধ কৰক