চাইপ্ৰাছ
From Wikipedia, the free encyclopedia
চাইপ্ৰাছ (i/ˈsaɪprəs/; গ্ৰীক: Κύπρος [ˈcipros]; তুৰস্কীয়া: Kıbrıs সাঁচ:IPA-tr), আনুষ্ঠানিকভাৱে চাইপ্ৰাছ গণৰাজ্য এখন দ্বীপ ৰাষ্ট্ৰ, ছিৰিয়া আৰু তুৰস্কৰ তটৰ কাষৰ। যদিও চাইপ্ৰাছ ইউৰোপ আৰু এছিয়াৰ মাজত অৱস্থিত, আৰু সেয়েহে এই ৰাষ্ট্ৰৰ অৱস্থান এছিয়া আৰু ইউৰোপেৰে গঠিত ইউৰেছিয়াত বুলি কোৱা হয়, ৰাষ্ট্ৰসংগই এই দেশক পশ্চিম এছিয়াত অৱস্থিত বুলি স্বীকৃতি দিছে।[5] আন্তৰ্জাতিক আইন অনুসৰি, চাইপ্ৰাছ ৰাজ্যৰ সাৰ্বভৌমত্ব চাইপ্ৰাছ দ্বীপ আৰু কাষৰ সাগৰীয় অঞ্চললৈ বিস্তাৰিত, ব্ৰিটিছৰ দখলত থকা আক্ৰটিৰি আৰু ডেকেলিয়া অঞ্চল বাদে। চাইপ্ৰাছ মেডিটেৰেনিয়ানৰ জনসংখ্যা আৰু মাটিকালি, উভয় দিশৰেপৰা ৩য় বৃহৎ দেশ। এই দেশ ইউৰোপীয় সংঘৰ সদস্য।
ৱিকিপিডিয়াৰ গুণগত মান বজাই ৰাখিবলৈ এই প্ৰবন্ধৰ অধিক উন্নয়নৰ থল থকা যেন অনুভৱ হয় (বিশদ নিৰ্দেশনা চাওক)। সম্ভৱ হ'লে অনুগ্ৰহ কৰি এই প্ৰবন্ধৰ মান উন্নয়নত আপুনিও যথাসম্ভব সহায় কৰক। আলোচনা পৃষ্ঠাত অধিক তথ্য থাকিব পাৰে, চাই লয় যেন। |
ক্ষিপ্ৰ তথ্য চাইপ্ৰাছ গণৰাজ্যΚυπριακή Δημοκρατία (Greek)Kıbrıs Cumhuriyeti (Turkish), ৰাষ্ট্ৰভাষা (সমূহ) ...
চাইপ্ৰাছ গণৰাজ্য Κυπριακή Δημοκρατία (Greek) Kıbrıs Cumhuriyeti (Turkish) |
||||
---|---|---|---|---|
ৰাষ্ট্ৰীয় সঙ্গীত Ὕμνος εἰς τὴν Ἐλευθερίαν[1] "মুক্তিৰ মন্ত্ৰ" |
||||
Location of Cyprus (green) and Northern Cyprus (brighter green) in the European Union (light green)চাইপ্ৰাছ (সেউজীয়া), উত্তৰ চাইপ্ৰাছ (উজ্জ্বল সেউজীয়া), ইউৰোপীয় সংঘ (পাতল সেউজীয়া)
|
||||
ৰাজধানী | নিক'ছিয়া 35°10′N 33°22′E | |||
ৰাষ্ট্ৰভাষা (সমূহ) |
|
|||
Minority languages |
|
|||
Vernaculars |
|
|||
জনগোষ্ঠীসমূহ |
|
|||
জাতীয়তাসূচক বিশেষণ | চাইপ্ৰিয়ট | |||
চৰকাৰ | য়ুনিটেৰি প্ৰেচিডেন্সিয়েল কন্সটিট্যুচনেল ৰিপাব্লিক | |||
- | ৰাষ্ট্ৰপতি | নিকছ আনাষ্টাসিয়েডছ | ||
স্বাধীন পূৰ্বে যুক্তৰাজ্যৰ দখলত | ||||
- | জুৰিছ আৰু লণ্ডন চুক্তি | ১৯ ফেব্ৰুৱাৰি ১৯৫৯ | ||
- | স্বাধীনতা | ১৬ আগষ্ট ১৯৬০ | ||
- | স্বাধীনতা দিৱস | ১ অক্টোবৰ ১৯৬০ | ||
- | ইউৰোপীয় সংঘত যোগদান কৰিলে]] | ১ মে' ২০০৪ | ||
মাটিকালি | ||||
- | মুঠ[2] | ৯,২৫১ বৰ্গ কিমি (১৬৮) ৩,৫৭২ বৰ্গ মাইল |
||
- | জলভাগ (%) | ৯ (৮৩৩ বৰ্গ কিমি) | ||
জনসংখ্যা | ||||
- | ২০১৩ আনুমানিক | ১১,৪১,১৬৬'"`UNIQ--ref-০০০০০০০২-QINU`"''"`UNIQ--ref-০০০০০০০৩-QINU`"' (১৫৮) | ||
- | ২০১১ লোকপিয়ল | ৮,৩৮,৮৯৭'"`UNIQ--ref-০০০০০০০৪-QINU`"''"`UNIQ--ref-০০০০০০০৫-QINU`"' | ||
জিডিপি (পিপিপি) | ২০১৪ আনুমানিক | |||
- | মুঠ | $২৭.৫১৬ বিলিয়ন[3] (১২৫) | ||
- | জনমুৰি | $৩০৮৮২[3] (৩৭) | ||
জিডিপি (নামমাত্ৰ) | ২০১৪ আনুমানিক | |||
- | মুঠ | $২৩.২৬৩[3] (১০৫) | ||
- | জনমুৰি | $২৬১০৯[3] (৩১) | ||
জিনি সহগ? (২০১১) | 29.1 (১৯) | |||
মানৱ উন্নয়ন সূচক (২০১৩) | 0.845 (৩২) | |||
মুদ্ৰা | ইউৰো (EUR ) |
|||
সময় অঞ্চল | পূব ইউৰোপ সময় (ইউটিচি+2) | |||
- | গ্ৰীষ্মকালীন (ডিএছটি) | পূব ইউৰোপীয় গ্ৰীষ্মকালীন সময় (ইউটিচি+3) | ||
গাড়ী চলোৱা হয় | left | |||
ইণ্টাৰনেট টিএলডি | .cy[4] | |||
কলিং ক'ড | ++357 |
বন্ধ কৰক