অম্বিকা
দুৰ্গা বা পাৰ্ৱতীৰ এক ৰূপ / From Wikipedia, the free encyclopedia
অম্বিকা সাধাৰণত আদি শক্তি বা পৰশীবমৰ সহশক্তিৰ নাম। এই গৰাকী দেৱীৰ আঠখন হাত আছে, আৰু সেই হাতত একাধিক অস্ত্ৰ আছে। তেওঁ ভগৱতী বা চণ্ডী নামেৰেও পৰিচিত। তেওঁ নিজেই আদি শক্তি তথা বিশ্বজগতৰ মা বুলি পৰিচিত আৰু সমস্ত প্ৰাণী বুলিও বিবেচিত, আৰু ইয়ে "অম্বিকা" নামৰ অৰ্থ। তেওঁ স্কন্দ পুৰাণত দেৱী তথা দেৱী মহামাময়া বুলি জনা যায় যি পাৰ্বতীৰ দেহৰ পৰা আবিৰ্ভাৱ হৈছিল। তেওঁ সম্ভ আৰু নিসম্ভ নামৰ দুটা ৰাক্ষসক হত্যা কৰিছিল। তেওঁ অম্বা, দুৰ্গা, ভগৱতী, পাৰ্বতী, ভবানী, অম্বে মা, শেৰাৱালি, মাতাৰাণী ইত্যাদি নামেৰেও চিহ্নিত।[1]
ক্ষিপ্ৰ তথ্য অম্বিকা, সম্পৰ্ক ...
অম্বিকা | |
---|---|
দেৱী মা, আদি অনন্ত শক্তি | |
সম্পৰ্ক | আদি পৰাশক্তি, শক্তি, দেৱী, ত্ৰিপুৰা সুন্দৰী, দুৰ্গা, মহাকালি, নৱদূৰ্গা, মহাদুৰ্গা, অন্নপূৰ্ণা, ভুৱেনেশ্বৰী, ভৱানী, ভৈৰৱী, মাতৃকা, পাৰ্বতী, চণ্ডীকা, সিদ্ধিদাত্ৰী, সতী |
নিবাস | কৈলাশ |
অস্ত্ৰ | চক্ৰ, শংখ, ত্ৰিশূল, গদা,ধেনু-কাঁড়,তৰোৱাল, পদুম ফুল |
সঙ্গী | শিৱ |
বাহন | বাঘ বা বাঘিণী |
বন্ধ কৰক