অভিমান
অসমীয়া চলচ্চিত্ৰ / From Wikipedia, the free encyclopedia
অভিমান (ইংৰাজী: Abhiman) ১৯৯০ চনত মুক্তি পোৱা এম জে ফিল্মৰ বেনাৰত নিৰ্মিত মৃদুল গুপ্তা পৰিচালিত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা মাণিক ৰহমান আৰু জোনটি দৌলাৰ। সঙ্গীত পৰিচালনা প্ৰশান্ত বৰদলৈৰ।[1]
ক্ষিপ্ৰ তথ্য অভিমান Abhiman, পৰিচালক ...
অভিমান Abhiman | |
---|---|
পৰিচালক | মৃদুল গুপ্তা |
কাহিনী | শৈলধৰ পাঠক, দেৱীপ্ৰসাদ সিনহা |
প্ৰযোজক | মাণিক ৰহমান আৰু জোনটি দৌলা |
অভিনয়ত | তপন দাস পূৰবী শৰ্মা |
চিত্ৰগ্ৰহণকাৰী | মধু মহাংকলি |
সম্পাদনা | এ শ্ৰীকৰ প্ৰসাদ |
সংগীত পৰিচালক | প্ৰশান্ত বৰদলৈ |
মুক্তি |
১২ জানুৱাৰী ১৯৯০ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
বন্ধ কৰক