বনজুই
আব্দুল মজিদ পৰিচালিত অসমীয়া চলচ্চিত্ৰ / From Wikipedia, the free encyclopedia
বনজুই (ইংৰাজী: Banjui) ১৯৭৮ চনত মুক্তিপ্ৰাপ্ত আব্দুল মজিদ পৰিচালিত এখন ক’লা-বগা পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা কৰিছে তিনিচুকীয়াৰ ৰূপজ্যোতি চলচ্চিত্ৰম্ কো-অপাৰেটিভ ছোচাইটি লিমিটেডে। ছবিৰ কাহিনী আৰু সংলাপ ৰচনা চৈয়দ আব্দুল মালিকৰ।[1]
ক্ষিপ্ৰ তথ্য বনজুই, পৰিচালক ...
বনজুই | |
---|---|
চাৰেগামা-ডট-কমত 'বনজুই'ৰ গীতৰ এলবাম কভাৰ | |
পৰিচালক | আব্দুল মজিদ |
ৰচনা | চৈয়দ আব্দুল মালিক |
চিত্ৰনাট্য | আব্দুল মজিদ |
প্ৰযোজক | ৰূপজ্যোতি চলচ্চিত্ৰম্ কো-অপাৰেটিভ ছোচাইটি লিমিটেডে |
অভিনয়ত | জেইবা মমতাজ বিশ্বজিৎ |
চিত্ৰগ্ৰহণকাৰী | বিজয় দে |
সম্পাদনা | প্ৰণৱ ঘোষ |
সংগীত পৰিচালক | ভূপেন হাজৰিকা |
মুক্তি |
২৬ মে’ ১৯৭৮ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
বন্ধ কৰক