এৰিডেছ অ'ড'ৰাটা
From Wikipedia, the free encyclopedia
{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Aerides|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}
এৰিডেছ অ'ড'ৰাটা | |
---|---|
সংৰক্ষণ স্থিতি | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Aerides |
প্ৰজাতি: | A. odorata |
দ্বৈৰাশিক নামকৰণ | |
Aerides odorata Lour.[1] | |
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
এৰিডেছ অ'ড'ৰাটা (ইংৰাজী: Aerides odorata) হৈছে অৰ্কিডৰ এবিধ প্ৰজাতি। দক্ষিণ-পূব এছিয়াৰ বহু অংশত ই ব্যাপকভাৱে বিস্তৃত হৈ আছে। চীনৰইউনান আৰু গুৱাংডং, হিমালয়, ভূটান, অসম, বাংলাদেশ, ভাৰত, নেপাল, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, ম্যানমাৰ, থাইলেণ্ড, লাওছ, কম্বোডিয়া আৰু ভিয়েটনামৰ নিম্নভূমিৰ অৰণ্যত এই অৰ্কিডবিধ থলুৱাভাৱে দেখা পোৱা যায়। মালয়েছিয়া, বৰ্নিও, সুমাত্ৰা, জাভা, চুলাৱেচি, লেছাৰ চুণ্ডা দ্বীপপুঞ্জ আৰু ফিলিপাইনছতো অৰ্কিডবিধ থলুৱাভাৱে গজে।[2][3] ইয়াৰ প্ৰাকৃতিক বাসস্থান হৈছে উপগ্ৰীষ্মমণ্ডলীয় বা গ্ৰীষ্মমণ্ডলীয় আৰ্দ্ৰ নিম্নভূমিৰ অৰণ্য। বাসস্থান হেৰুৱাৰ ফলত অৰ্কিডবিধৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিছে। অৰ্কিডবিধ আই ইউ চি এন ৰঙা তালিকাত বিলুপ্তপ্ৰায় প্ৰজাতি হিচাপে চিহ্নিত কৰা হৈছে।