![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/9/9d/IN-AN.svg/langas-640px-IN-AN.svg.png&w=640&q=50)
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ
ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল / From Wikipedia, the free encyclopedia
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ হৈছে বংগোপসাগৰ আৰু আন্দামান সাগৰৰ সন্ধিস্থলৰ এলানি দ্বীপ মালা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চল।
ক্ষিপ্ৰ তথ্য আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, দেশ ...
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ | |
---|---|
— কেন্দ্ৰীয় শাসিত অঞ্চল — | |
Andaman.jpg | |
![]() |
|
ভৌগোলিক স্থানাংক (প'ৰ্ট ব্লেয়াৰ): 11.68°N 92.77°E / 11.68; 92.77 | |
দেশ | ![]() |
স্থাপন | ১ নৱেম্বৰ ১৯৫৬ (1956-11-01) |
ৰাজধানী | প'ৰ্ট ব্লেয়াৰ |
জিলা | ৩ |
মাটিকালি | |
- মুঠ | ৮,২৫০ কি.মি.২ (৩,১৮৫.৩ বৰ্গ মাইল) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ৩,৭৯,৯৪৪ জন |
- জনঘনত্ব | ৪৬.১ প্ৰতি বৰ্গ কি.মি. (১১৯.৩ প্ৰতি বৰ্গ মাইল) |
সময় অঞ্চল | ভা.মা.স (গ্ৰী.মা.স.+৫:৩০) |
আই এচ অ’ ৩১৬৬ কোড | IN-AN |
মানৱ উন্নয়ন সূচক | ![]() |
আধিকাৰিক ভাষা | হিন্দী, ইংৰাজী[2] |
ৱেবছাইট | www |
বন্ধ কৰক
অঞ্চলটি ইণ্ডোনেছিয়াৰ আচেহ অঞ্চলৰ উত্তৰত অৱস্থিত, আন্দামান সাগৰে ইয়াক থাইলেণ্ড আৰু ম্যানমাৰৰ পৰা পৃথক কৰি ৰাখিছে। অঞ্চলটি দূটা দ্বীপমালা আন্দামান দ্বীপমালা আৰু নিকোবৰ দ্বীপমালাৰে গঠিত। আন্দামান উত্তৰে আৰু নিকোবৰ দক্ষিণে, আন্দামান সাগৰ দ্বীপমালাৰ পূৱত আৰু বংগোপ সাগৰ পশ্চিমত অৱস্থিত।
আন্দামানৰ নগৰ প'ৰ্ট ব্লেয়াৰ কেন্দ্ৰীয় শাসিত অঞ্চলটিৰ ৰাজধানী। অঞ্চলটিৰ ভূ কালি প্ৰায় ৮,২৫০ বৰ্গ কি.মি.। নিকোবৰ দ্বীপসমূহৰ ৰাজধানী কাৰ নিকোবৰ।