ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি From Wikipedia, the free encyclopedia
অসমৰ নগৰ-মহানগৰসমূহৰ তালিকাত জিলা ভিত্তিক অসমৰ পৌৰ নগৰ সমূহক সূচীভূক্ত কৰা হৈছে। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি বৰ্তমান ৰাজ্যখনত ২৭ খন জিলা, ৫৮ টা মহকুমা আৰু ৮৩ খন নগৰ আছে। মহানগৰ অসমত মাত্ৰ এখনেই আৰু সেইখন হৈছে গুৱাহাটী মহানগৰ [1]। ৰাজ্যখনত মুঠ জনসংখ্যা ৩১,১৬৯,২৭২ জন।[2]
ক্ৰম | জিলা | RTO Code | জিলা সদৰ | মহকুমা | নগৰ | শ্ৰেণী | জনসংখ্যা ২০১১ চনৰ লোকপিয়ল |
---|---|---|---|---|---|---|---|
১ | ওদালগুৰি | AS27 | ওদালগুৰি | ওদালগুৰি সদৰ মহকুমা | ওদালগুৰি | পৌৰসভা | |
ভেৰগাঁও মহকুমা | টংলা | পৌৰসভা | |||||
২ | কৰিমগঞ্জ | AS10 | কৰিমগঞ্জ | কৰিমগঞ্জ সদৰ মহকুমা | কৰিমগঞ্জ | পৌৰসভা | |
বদৰপুৰ | নগৰ সমিতি | ||||||
৩ | কাছাৰ | AS11 | শিলচৰ | শিলচৰ সদৰ মহকুমা | শিলচৰ | পৌৰসভা | |
লক্ষীপুৰ মহকুমা | লক্ষীপুৰ | নগৰ সমিতি | |||||
৪ | কামৰূপ | AS25 | আমিনগাঁও | ৰঙিয়া | ৰঙিয়া | পৌৰসভা | |
গুৱাহাটী | পলাশবাৰী | পৌৰসভা | |||||
৫ | কামৰূপ মহানগৰ | AS01 | গুৱাহাটী | গুৱাহাটী সদৰ | গুৱাহাটী | পৌৰনিগম | |
উত্তৰ গুৱাহাটী | নগৰ সমিতি | ||||||
৬ | কাৰ্বি আংলং | AS09 | ডিফু | ডিফু | ডিফু | নগৰ সমিতি | |
ডকমোকা | নগৰ সমিতি | ||||||
হাওৰাঘাট | নগৰ সমিতি | ||||||
বকলীয়া | নগৰ সমিতি | ||||||
বোকাজান | বোকাজান | নগৰ সমিতি | |||||
৭ | কোকৰাঝাৰ | AS16 | কোকৰাঝাৰ | কোকৰাঝাৰ সদৰ | কোকৰাঝাৰ | পৌৰসভা | |
গোঁসাইগাঁও | গোঁসাইগাঁও | নগৰ সমিতি | |||||
৮ | গোলাঘাট | AS05 | গোলাঘাট | গোলাঘাট সদৰ | গোলাঘাট | পৌৰসভা | |
দেৰগাঁও | নগৰ সমিতি | ||||||
বোকাখাট মহকুমা | বোকাখাট | নগৰ সমিতি | |||||
ধনশিৰি | সৰুপথাৰ | নগৰ সমিতি | |||||
বৰপথাৰ | নগৰ সমিতি | ||||||
৯ | গোৱালপাৰা | AS18 | গোৱালপাৰা | গোৱালপাৰা সদৰ | গোৱালপাৰা | পৌৰসভা | |
লক্ষীপুৰ | নগৰ সমিতি | ||||||
১০ | চিৰাং | AS26 | বাসুগাঁও | বাসুগাঁও | বাসুগাঁও | নগৰ সমিতি | |
কলাইগাঁও | নগৰ সমিতি | ||||||
বিজনী | বিজনী | নগৰ সমিতি | |||||
১১ | ডিব্ৰুগড় | AS06 | ডিব্ৰুগড় | ডিব্ৰুগড় সদৰ | ডিব্ৰুগড় | পৌৰসভা | |
নাহৰকটীয়া | নগৰ সমিতি | ||||||
নামৰূপ | নগৰ সমিতি | ||||||
চাবুৱা | নগৰ সমিতি | ||||||
১২ | ডিমা হাছাও (পূৰ্বৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলা) |
AS08 | হাফলং | হাফলং | হাফলং | নগৰ সমিতি | |
উমৰাংচু | নগৰ সমিতি | ||||||
মাহুৰ | নগৰ সমিতি | ||||||
মাইবং | মাইবং | নগৰ সমিতি | |||||
১৩ | তিনিচুকীয়া | AS23 | তিনিচুকীয়া | তিনিচুকীয়া সদৰ | তিনিচুকীয়া | পৌৰসভা | |
ডিগবৈ | পৌৰসভা | ||||||
ডুমডুমা | নগৰ সমিতি | ||||||
মাকুম | নগৰ সমিতি | ||||||
শদিয়া | চাপাখোৱা | নগৰ সমিতি | |||||
মাৰ্ঘেৰিটা মহকুমা | মাৰ্ঘেৰিটা | নগৰ সমিতি | |||||
১৪ | দৰং | AS13 | মঙ্গলদৈ | মঙ্গলদৈ সদৰ | মঙ্গলদৈ | পৌৰসভা | |
খাৰুপেটীয়া | নগৰ সমিতি | ||||||
১৫ | ধুবুৰী | AS17 | ধুবুৰী | ধুবুৰী সদৰ | ধুবুৰী | পৌৰসভা | |
গৌৰীপুৰ | নগৰ সমিতি | ||||||
সাপটগ্ৰাম | নগৰ সমিতি | ||||||
বিলাসীপাৰা | বিলাসীপাৰা | নগৰ সমিতি | |||||
চাপৰ | নগৰ সমিতি | ||||||
১৬ | ধেমাজি | AS22 | ধেমাজি | ধেমাজি সদৰ | ধেমাজি | নগৰ সমিতি | |
চিলাপথাৰ | নগৰ সমিতি | ||||||
জোনাই | |||||||
১৭ | নগাঁও | AS02 | নগাঁও | নগাঁও সদৰ | নগাঁও | পৌৰসভা | |
ধিং | পৌৰসভা | ||||||
কামপুৰ | নগৰ সমিতি | ||||||
ৰহা | নগৰ সমিতি | ||||||
ডবকা | নগৰ সমিতি | ||||||
কলিয়াবৰ মহকুমা | |||||||
১৮ | নলবাৰী | AS14 | নলবাৰী | নলবাৰী সদৰ | নলবাৰী | পৌৰসভা | |
টিহু | নগৰ সমিতি | ||||||
১৯ | বঙাইগাঁও | AS19 | বঙাইগাঁও | বঙাইগাঁও সদৰ | বঙাইগাঁও | পৌৰসভা | |
উত্তৰ শালমাৰা | অভয়াপুৰী | নগৰ সমিতি | |||||
২০ | বৰপেটা | AS15 | বৰপেটা | বৰপেটা সদৰ | বৰপেটা | পৌৰসভা | |
বৰপেটা ৰোড | পৌৰসভা | ||||||
হাউলী | নগৰ সমিতি | ||||||
সৰ্থেবাৰী | নগৰ সমিতি | ||||||
২১ | বাক্সা | AS28 | মুছলপুৰ | মুছলপুৰ | |||
শালবাৰী | |||||||
২২ | মৰিগাঁও | AS21 | মৰিগাঁও | মৰিগাঁও সদৰ | মৰিগাঁও | পৌৰসভা | |
২৩ | যোৰহাট | AS03 | যোৰহাট | যোৰহাট সদৰ | যোৰহাট | পৌৰসভা | |
মৰিয়নি | নগৰ সমিতি | ||||||
টীয়ক | নগৰ সমিতি | ||||||
তিতাবৰ মহকুমা | তিতাবৰ | নগৰ সমিতি | |||||
২৪ | লখিমপুৰ | AS07 | উত্তৰ লখিমপুৰ | উত্তৰ লখিমপুৰ | উত্তৰ লখিমপুৰ | পৌৰসভা | |
বিহপুৰীয়া | নগৰ সমিতি | ||||||
নাৰায়ণপুৰ | নগৰ সমিতি | ||||||
ঢকুৱাখনা | ঢকুৱাখনা | নগৰ সমিতি | |||||
২৫ | শিৱসাগৰ | AS04 | শিৱসাগৰ | শিৱসাগৰ সদৰ | শিৱসাগৰ | পৌৰসভা | |
আমগুৰি | নগৰ সমিতি | ||||||
ডিমৌ | নগৰ সমিতি | ||||||
শিমলুগুৰি | নগৰ সমিতি | ||||||
নাজিৰা | নাজিৰা | পৌৰসভা | |||||
২৬ | শোণিতপুৰ | AS12 | তেজপুৰ | তেজপুৰ | তেজপুৰ | পৌৰসভা | |
ৰাঙাপাৰা | নগৰ সমিতি | ||||||
জামুগুৰিহাট | নগৰ সমিতি | ||||||
ঢেকিয়াজুলি | ঢেকীয়াজুলি | পৌৰসভা | |||||
২৭ | হাইলাকান্দি | AS24 | হাইলাকান্দি | হাইলাকান্দি সদৰ | হাইলাকান্দি | পৌৰসভা | |
লালা | নগৰ সমিতি | ||||||
২৮ | চৰাইদেউ | AS33 | সোণাৰি | চৰাইদেউ সদৰ | সোণাৰি | পৌৰসভা | |
মৰাণহাট | নগৰ সমিতি | ||||||
২৯ | দক্ষিণ শালমাৰা-মানকাচৰ | AS34 | হাটশিঙিমাৰি | হাটশিঙিমাৰি সদৰ | |||
৩০ | পশ্চিম কাৰ্বি আংলং | AS | হামৰেণ | হামৰেণ সদৰ | হামৰেণ | নগৰ সমিতি | |
ডংকামোকাম | নগৰ সমিতি | ||||||
৩১ | বিশ্বনাথ | AS32 | বিশ্বনাথ চাৰিআলি | বিশ্বনাথ সদৰ | বিশ্বনাথ চাৰিআলি | পৌৰসভা | |
গহপুৰ | নগৰ সমিতি | ||||||
চতিয়া | নগৰ সমিতি | ||||||
৩২ | মাজুলী | AS29 | গড়মূৰ | মাজুলী সদৰ | গড়মূৰ | নগৰ সমিতি | |
৩৩ | হোজাই | AS31 | হোজাই | হোজাই সদৰ | হোজাই | পৌৰসভা | |
লামডিং | পৌৰসভা | ||||||
লংকা | পৌৰসভা | ||||||
৩৪ | তামুলপৰ | ' | তামুলপুৰ | তামুলপুৰ সদৰ | গোৰেশ্বৰ | নগৰ সমিতি | |
৩৫ | বজালী | পাঠশালা | বজালী সদৰ | পাঠশালা | নগৰ সমিতি | ||
সৰভোগ | নগৰ সমিতি | ||||||
পাটাচাৰকুছি | নগৰ সমিতি |
এই ৰঙৰ অৰ্থ "কোনো নগৰ নাই" |
এই তালিকাখন অসম্পূৰ্ণ; আপুনি ইয়াক বিস্তাৰ কৰাত সহায় কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগেয়ে অনুগ্ৰহ কৰি সহায়িকাখন এবাৰ চকু ফুৰাব। |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.