১
From Wikipedia, the free encyclopedia
১(এক) হ'ল এটা বুজোৱা সংখ্যা বা দুইতকৈ সৰু গোটা সংখ্যা।[1] কোনো বস্তুৰ পৰিমাণ '১' হ'লে, ই বস্তুটো অকলশৰীয়া, সম্পূৰ্ণ বুজায়। [2]। ই আতাইতকৈ সৰু স্বাভাৱিক সংখ্যা।
ক্ষিপ্ৰ তথ্য ←০ ১ ২→, অংকবাচক ...
| ||||
---|---|---|---|---|
সংখ্যাৰ তালিকা — অখণ্ড সংখ্যা | ||||
অংকবাচক | one | |||
পূৰণবাচক | প্ৰথম (first) | |||
Greek numeral | Α´ | |||
Roman numeral | I | |||
বাইনেৰি | 12 | |||
Ternary | 13 | |||
Quaternary | 14 | |||
Quinary | 15 | |||
Senary | 16 | |||
Octal | 18 | |||
Duodecimal | 112 | |||
Hexadecimal | 116 | |||
Vigesimal | 120 | |||
Base 36 | 136 |
বন্ধ কৰক
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/4/4c/1_in_Assamese_Script.png/220px-1_in_Assamese_Script.png)