![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/as/thumb/2/2b/%25E0%25A6%25B9%25E0%25A7%2587%25E0%25A6%25AE%25E0%25A6%25A8%25E0%25A7%258D%25E0%25A6%25A4_%25E0%25A6%25A6%25E0%25A6%25A4%25E0%25A7%258D%25E0%25A6%25A4.jpg/640px-%25E0%25A6%25B9%25E0%25A7%2587%25E0%25A6%25AE%25E0%25A6%25A8%25E0%25A7%258D%25E0%25A6%25A4_%25E0%25A6%25A6%25E0%25A6%25A4%25E0%25A7%258D%25E0%25A6%25A4.jpg&w=640&q=50)
হেমন্ত দত্ত
অসমীয়া নাট্যকাৰ, অভিনেতা, পৰিচালক / From Wikipedia, the free encyclopedia
হেমন্ত দত্ত এগৰাকী অসমীয়া নাট্যকাৰ, গীতিকাৰ, অভিনেতা আৰু পৰিচালক। ১৯৪১ চনত দৰং জিলাৰ খাৰুপেটীয়াত জন্ম লাভ কৰা দত্তই এশৰো অধিক নাট আৰু পাঁচশৰো অধিক গীত ৰচনা কৰিছে।[1][2] অসংখ্য নাট পৰিচালনা কৰাৰ উপৰি তেওঁ উপপথ (১৯৮০) নামৰ চলচ্চিত্ৰ এখনো পৰিচালনা কৰিছিল।[3]