সন্দিকৈ ছোৱালী মহাবিদ্যালয়
From Wikipedia, the free encyclopedia
সন্দিকৈ ছোৱালী মহাবিদ্যালয় হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ এখন মহাবিদ্যালয়[1]। এইখন অসম তথা গুৱাহাটীৰ পুৰণি মহাবিদ্যালয়সমূহৰ ভিতৰত এখন, য'ত বিজ্ঞান আৰু কলা বিষয়ৰ সুবিধা আছে।
ক্ষিপ্ৰ তথ্য সন্দিকৈ ছোৱালী মহাবিদ্যালয়, স্থাপিত ...
সন্দিকৈ ছোৱালী মহাবিদ্যালয় | |
---|---|
স্থাপিত | ১৯৩৯ |
ধৰণ | ৰাজহুৱা |
অধ্যক্ষ | ইন্দিৰা বৰদলৈ |
স্থান | গুৱাহাটী, অসম, ভাৰত |
চৌহদ | চহৰাঞ্চল |
ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয় |
ৱেবছাইট | hgcollege.edu.in |
বন্ধ কৰক