সত্যজিৎ জেনা
এগৰাকী ভাৰতীয় যুৱ কণ্ঠশিল্পী / From Wikipedia, the free encyclopedia
সত্যজিৎ জেনা এগৰাকী জনপ্ৰিয় আৰু যুৱ ভাৰতীয় গায়ক আৰু ইউটিউব তাৰকা। ২০১৭ চনত তেওঁ চা ৰে গা মা পা (এটা সংগীতৰ ৰিয়েলিটি টিভি শ্ব)ৰ শীৰ্ষ ১৫জন প্ৰতিযোগীৰ তালিকাত আছিল। তেওঁৰ ৪.৫ নিযুতৰো অধিক গ্ৰাহকৰ সৈতে এটা অতি ডাঙৰ স্ব-শীৰ্ষক ইউটিউব চেনেল আছে।[1]
ক্ষিপ্ৰ তথ্য সত্যজিৎ জেনা, ব্যক্তিগত তথ্য ...
সত্যজিৎ জেনা | |||||||
---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্য | |||||||
জন্ম | সত্যজিৎ জেনা ২ ছেপ্টেম্বৰ, ২০০৪ (১৯ বছৰ) | ||||||
জাতীয়তা | ভাৰতীয় | ||||||
জীৱিকা | ইউটিউবাৰ | ||||||
ইউটিউবৰ তথ্য | |||||||
অন্য নাম |
| ||||||
চেনেল | |||||||
অৱস্থান | ভাৰত | ||||||
প্ৰকাৰ |
| ||||||
চাবস্ক্ৰাইবাৰৰ সংখ্যা | ৪.৫ নিযুত (Satyajeet Jena Official) | ||||||
|
বন্ধ কৰক