ওড়িশা ভাৰতৰ পূৱ প্ৰান্তৰ এখন ৰাজ্য। এই ৰাজ্য পৰ্যটনৰ সুব্যৱস্থাৰ বাবে জনা যায়। ৰাজ্যখনৰ ৰাজধানী ভুবনেশ্বৰচিটি অৱ টেম্পলচ্ বা মন্দিৰৰ নগৰ বোলা হয়।

ক্ষিপ্ৰ তথ্য ওড়িশা ଓଡ଼ିଶା (ওড়িশা), দেশ ...
ওড়িশা
ଓଡ଼ିଶା (ওড়িশা)
ভাৰতবৰ্ষত উৰিষ্যাৰ অৱস্থান
ভাৰতবৰ্ষত উৰিষ্যাৰ অৱস্থান
ওড়িশা ৰাজ্যৰ মানচিত্ৰ
ওড়িশা ৰাজ্যৰ মানচিত্ৰ
দেশ  ভাৰত
প্ৰতিষ্ঠা ১ এপ্ৰিল ১৯৩৬ (উৎকল দিবস/ওড়িশা দিবস)
ৰাজধানী ভুবনেশ্বৰ
বৃহত্তম চহৰ ভুবনেশ্বৰ
জিলা ৩০
চৰকাৰ
  ৰাজ্যপাল এচ্ চি জমিৰ
  মুখ্য মন্ত্ৰী নবীন পট্টনায়ক
  বিধান সভা এককক্ষীয়
  উচ্চ ন্যায়ালয় ওড়িশা উচ্চ ন্যায়ালয়
কালি
  মুঠ ১৫৫৮২০ km2 (60,160 sq mi)
  স্থান ৯ম
জনসংখ্যা
 (২০১১)
  মুঠ ৪১৯৪৭৩৫৮
  স্থান ১১তম
  ঘনত্ব 270/km2 (700/sq mi)
বন্ধ কৰক

ৰাজ্যখনৰ কাষৰীয়া ৰাজ্য পশ্চিমবঙ্গ, ঝাৰখণ্ড, ছত্তীছগঢ় আৰু অন্ধ্ৰ প্ৰদেশ আছে। ৰাজ্যখনৰ সোঁফালে বঙ্গোপসাগৰ আছে।

ভাষা

ওড়িশাৰ ৰাজ্য ভাষা ওড়িয়া

তথ্য সূত্ৰ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.