শিহু
দাঁতযুক্ত তিমিৰ প্ৰজাতিৰ / From Wikipedia, the free encyclopedia
শিহু (ইংৰাজী: Ganges River Dolphin) (বৈজ্ঞানিক নাম: Platanista gangetica gangetica) ভাৰত, বাংলাদেশ, আৰু নেপালৰ নদীত পোৱা ডলফিনৰ এক প্ৰজাতি। এই ডলফিনৰ প্ৰজাতি সাধাৰণতে গঙ্গা নদী আৰু ব্ৰহ্মপুত্ৰ নদ আৰু বাংলাদেশ আৰু নেপালত প্ৰৱাহিত ইহঁতৰ উপনদী সমূহত দেখা যায়। ভাৰত চৰকাৰে ২০০৯ চনৰ ৫ অক্টোবৰত শিহুক জাতীয় জলচৰ প্ৰণী হিচাপে স্বীকৃতি দিছে।[2]
ক্ষিপ্ৰ তথ্য শিহু South Asian river dolphin, সংৰক্ষণ স্থিতি ...
শিহু South Asian river dolphin | |
---|---|
শিহুৰ জঁকা | |
মানুহ আৰু শিহুৰ তুলনামূলক আকাৰ | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
উপশ্ৰেণী: | Eutheria |
বৰ্গ: | Cetacea |
উপবৰ্গ: | Odontoceti |
মহাপৰিয়াল: | Platanistoidea |
পৰিয়াল: | Platanistidae Gray, 1846 |
গণ: | Platanista Wagler, 1830 |
প্ৰজাতি: | P. gangetica |
বৈজ্ঞানিক নাম | |
Platanista gangetica (Lebeck, 1801); (Roxburgh, 1801) | |
Subspecies | |
Platanista gangetica gangetica | |
গংগা নদীৰ শিহু আৰু সিন্ধু নদীৰ শিহু |
বন্ধ কৰক
তদুপৰি ২০১৬ চনত শিহুক অসমৰ গুৱাহাটী মহানগৰীৰ শুভংকৰ হিচাপে স্বীকৃতি দিয়ে।