![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/as/thumb/3/30/%25E0%25A6%2597%25E0%25A6%25B2%25E0%25A7%258D%25E0%25A6%25AA%25E0%25A6%2595%25E0%25A6%25BE%25E0%25A7%25B0_%25E0%25A6%25AE%25E0%25A7%2583%25E0%25A6%25A3%25E0%25A6%25BE%25E0%25A6%25B2_%25E0%25A6%2595%25E0%25A6%25B2%25E0%25A6%25BF%25E0%25A6%25A4%25E0%25A6%25BE.jpg/640px-%25E0%25A6%2597%25E0%25A6%25B2%25E0%25A7%258D%25E0%25A6%25AA%25E0%25A6%2595%25E0%25A6%25BE%25E0%25A7%25B0_%25E0%25A6%25AE%25E0%25A7%2583%25E0%25A6%25A3%25E0%25A6%25BE%25E0%25A6%25B2_%25E0%25A6%2595%25E0%25A6%25B2%25E0%25A6%25BF%25E0%25A6%25A4%25E0%25A6%25BE.jpg&w=640&q=50)
মৃণাল কলিতা
From Wikipedia, the free encyclopedia
মৃণাল কলিতা (ইংৰাজী: Mrinal Kalita) অসমৰ এগৰাকী শিশু-সাহিত্যিক, গল্পকাৰ, ঔপন্যাসিক আৰু নিৱন্ধকাৰ।[1] তেওঁ গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক। তেওঁৰ তিনিখন গল্প সংকলন, দুখন উপন্যাস, গণিত বিষয়ক ৰচনা পুথি আৰু এখন ভিন্নধৰ্মী ৰচনাৰ পুথিৰ উপৰিও এখন প্ৰবন্ধ সংকলন প্ৰকাশ পাইছে। কলিতাৰ গল্প প্ৰকাশ, গৰীয়সী আদি আলোচনীত প্ৰকাশ হৈছে। তাৰোপৰি তেখেত আমাৰ অসম, নিয়মীয়া বাৰ্তা, দৈনিক জনমভূমি আদি দৈনিক বাতৰিকাকতৰো স্তম্ভ-লেখক। কাকতত ধাৰাবাহিক ৰূপে প্ৰকাশ হোৱা কলিতাৰ 'অকপটে' আৰু 'মোৰ আৰু পৃথিৱীৰ' দুটি জনপ্ৰিয় শিতান।[2]
ক্ষিপ্ৰ তথ্য মৃণাল কলিতা, পেচা ...
মৃণাল কলিতা | |
---|---|
![]() | |
পেচা | অধ্যাপক |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | স্নাতকোত্তৰ, ডক্টৰেট |
মাতৃশিক্ষায়তন | কটন কলেজ গুৱাহাটী বিশ্ববিদ্যালয় |
বিষয় | গল্পকাৰ, প্ৰৱন্ধকাৰ |
উল্লেখনীয় কৰ্মৰাজি | বকুল ফুলৰ দৰে (উপন্যাস), মৃত্যুৰ সিপাৰে (গল্প সংকলন), ৰিবৰিব মুনমীহঁতৰ শেষ নোহোৱা কাহিনী (শিশু বিষয়ক সংকলন), |
উল্লেখযোগ্য বঁটা | ‘বকুল ফুলৰ দৰে’ গ্ৰন্থৰ বাবে সাহিত্য একাডেমিৰ শিশু সাহিত্য বঁটা । |
দাম্পত্যসংগী | জোনালী চৌধুৰী |
সন্তান | ৰিবৰিব মুনমী |
বন্ধ কৰক