মিচিং ভাষা
ভাৰতত প্ৰচলিত চীনা-তিব্বতীয় ভাষা / From Wikipedia, the free encyclopedia
মিচিং ভাষা (Mising) বা ভৈয়ামৰ মিৰি বা তাকাম এক চীনা-তিব্বতীয় টানি ভাষা যি মিচিং লোকে কয়। মিচিং ভাষা প্ৰায় ৫ লাখ লোকে কয় আৰু মিচিং ভাষী লোকৰ বেছিভাগ অসমৰ লখিমপুৰ, শোণিতপুৰ, ধেমাজী, ডিব্ৰুগড়, মাজুলী, শিৱসাগৰ, যোৰহাট, গোলাঘাট, তিনিচুকীয়া জিলাত থাকে। মিচিং আগম কেবাং (Mising Agom Kébang) মিচিং ভাষাৰ ঘাই সাহিত্যিক অনুষ্ঠান।[2]
ক্ষিপ্ৰ তথ্য মিচিং, অঞ্চল ...
মিচিং | |
---|---|
মিচিং–পাদাম–মিনয়ঙ (Mising-Padam-Minyong) | |
অঞ্চল | অসম, অৰুণাচল |
জাতীয়তা | মিচিং জনগোষ্ঠী |
স্থানীয় ভাষিক |
e18 |
ভাষা পৰিয়াল |
চীনা-তিব্বতীয়
|
ভাষা সংকেত | |
ISO 639-3 | mrg |
গ্লোটোলগ | misi1242 [1] |
বন্ধ কৰক