অসম ক্ৰিকেট সন্থা ষ্টেডিয়াম
ক্ৰিকেট ষ্টেডিয়াম / From Wikipedia, the free encyclopedia
অসম ক্ৰিকেট সন্থা ষ্টেডিয়াম (ইংৰাজী: Assam Cricket Association Stadium), এচিএ ষ্টেডিয়াম বা বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম অসমৰ গুৱাহাটীত অৱস্থিত এখন ক্ৰিকেট ষ্টেডিয়াম। এই ষ্টেডিয়ামখনত ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হয়।[1]
ক্ষিপ্ৰ তথ্য খেলপথাৰৰ তথ্য, স্থানাঙ্ক ...
বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম | |||||
অসম ক্ৰিকেট সন্থা ষ্টেডিয়ামৰ নৈশালোকৰ দৃশ্য | |||||
খেলপথাৰৰ তথ্য | |||||
---|---|---|---|---|---|
স্থানাঙ্ক | 26°8′42.33″N 91°44′11.44″E | ||||
স্থাপন | ২০১২ | ||||
আসন সংখ্যা | ৪০,০০০ | ||||
স্বত্বাধিকাৰী | অসম ক্ৰিকেট সন্থা | ||||
চালক | অসম ক্ৰিকেট সন্থা | ||||
ব্যৱহাৰ কৰোঁতা | অসম ক্ৰিকেট দল ভাৰত জাতীয় ক্ৰিকেট দল | ||||
অন্তিম নাম | |||||
মেডিয়া এণ্ড পেভিলিয়ন এণ্ড | |||||
আন্তঃৰাষ্ট্ৰীয় খেলৰ তথ্য | |||||
প্ৰথমখন এদিনীয়া | ২১ অক্টোবৰ ২০১৮: ভাৰত v ৱেষ্ট ইণ্ডিজ | ||||
অন্তিমখন এদিনীয়া | ১০ জানুৱাৰী ২০২৩: ভাৰত v শ্ৰীলংকা | ||||
প্ৰথম টি-২০ | ১০ অক্টোবৰ ২০১৭: ভাৰত v অষ্ট্ৰেলিয়া | ||||
অন্তিম টি-২০ | ২৮ নবেম্বৰ ২০২৩: ভাৰত v অষ্ট্ৰেলিয়া | ||||
প্ৰথমখন মহিলাৰ টি-২০ | ৪ মাৰ্চ ২০১৯: ভাৰত v ইংলেণ্ড | ||||
অন্তিমখন মহিলাৰ টি-২০ | ৯ মাৰ্চ ২০১৯: ভাৰত v ইংলেণ্ড | ||||
দলৰ তথ্য | |||||
| |||||
৫ জানুৱাৰী ২০২০ তাৰিখৰ তথ্য উৎস: Barsapara Cricket Stadium, Cricinfo |
বন্ধ কৰক