অসম ক্ৰিকেট সন্থা
অসমৰ ক্ৰীড়া সংগঠন / From Wikipedia, the free encyclopedia
অসম ক্ৰিকেট সন্থা হ'ল অসম ক্ৰিকেট দলৰ ক্ৰিকেট কাৰ্য্যকলাপৰ পৰিচালনা কমিটী। ই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড (বি চি চি আই)ৰ শাখাভুক্ত। সন্থাৰ কাৰ্য্যালয় গুৱাহাটীৰ অসম ক্ৰিকেট সন্থা ষ্টেডিয়ামত অৱস্থিত।
ক্ষিপ্ৰ তথ্য অসম ক্ৰিকেট সন্থা, প্ৰতিষ্ঠা ...
অসম ক্ৰিকেট সন্থা | |
---|---|
প্ৰতিষ্ঠা | ১৯৪৮ |
প্ৰধান কাৰ্যালয় | অসম ক্ৰিকেট সন্থা ষ্টেডিয়াম, গুৱাহাটী |
অঞ্চল | অসম |
সভাপতি | ৰমেন দত্ত |
সম্পাদক | দেৱজিৎ শইকীয়া |
প্ৰশিক্ষক | অজয় ৰাট্ৰা |
ৱেবছাইট | http://www.assamcricket.com/ |
বন্ধ কৰক