অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী From Wikipedia, the free encyclopedia
বৰষা ৰাণী বিষয়া (ইংৰাজী: Barsha Rani Bishaya) এগৰাকী অসমীয়া চলচ্চিত্ৰ জনপ্ৰিয় অভিনেত্ৰী।[2][3] তেখেতে বৰ্তমানলৈ বহুতো অসমীয়া চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰটো তেখেতে অভিনয় কৰি আহিছে।[4] চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও তেখেতে বিহু নৃত্যটো তেখেতৰ যথেষ্ট সুনাম আছে।[5]
বৰষা ৰাণী বিষয়া | |
---|---|
পলে পলে উৰে মন চলচ্চিত্ৰৰ এটি দৃশ্যত বৰষা ৰাণী বিষয়া | |
জন্ম | ২০ ছেপ্টেম্বৰ, ১৯৮৩ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অভিনেত্ৰী |
উচ্চতা | ৫.৪ |
ধৰ্ম | হিন্দু |
দাম্পত্যসঙ্গী | ভাস্কৰ বৰুৱা (বি. ২০২১)[1] |
বৰষা ৰাণী বিষয়াই জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ যৌৱনে আমনি কৰে চলচিত্ৰৰ জৰিয়তে অসমীয়া ছবিজগতত খোজ দিয়ে । এতিয়ালৈ বহুটো ছবিত অভিনয় কৰিছে বৰষা ৰাণী বিষয়াই।।[6] তেওঁ অভিনীত চলচ্চিত্ৰ বসুন্ধৰাই ৫৭-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰে। [7]
বৰ্ষ | চলচ্চিত্ৰ | পৰিচালক |
---|---|---|
১৯৯৮ | যৌৱনে আমনি কৰে | অশোক কুমাৰ বিষয়া |
১৯৯৯ | বুকুৰ মাজত জ্বলে | অশোক কুমাৰ বিষয়া |
২০০০ | জোন জ্বলে কপালত | মুন্না আহমেদ |
২০০১ | আই লাভ ইউ | অশোক কুমাৰ বিষয়া |
২০০২ | মিঠা মিঠা লগনত | অচ্যুত কুমাৰ ভাগৱতী সুশান্ত মজিন্দাৰ বৰুৱা |
২০০২ | মাঘত মামণিৰ বিয়া | চন্দ্ৰ মুদৈ |
২০০৩ | অৰ্পণ | কৃষ্ণ ফুকন |
২০০৩ | জুমন সুমন | মহিবুল হক |
২০০৩ | উজনিৰ দুজনী গাভৰু | চন্দ্ৰ মুদৈ |
২০০৩ | বিধাতা | মুনিন বৰুৱা |
২০০৫ | হিয়াৰ দাপোনত তোমাৰে ছবি | শিবানন বৰুৱা |
২০০৫ | চেনাই মোৰ ঢুলীয়া | চন্দ্ৰ মুদৈ |
২০০৯ | ধুনীয়া তিৰোতাবোৰ | প্ৰদ্যুত কুমাৰ ডেকা |
২০১০ | বসুন্ধৰা[8] | হীৰেন বৰা |
২০১১ | তোমাৰ খবৰ | ৰাজীৱ বৰা |
২০১১ | পলে পলে উৰে মন | তিমথী দাস হাঞ্চে |
২০১২ | মী এণ্ড মাই ছিষ্টাৰ | ৰাজেশ ভূঞা |
২০১৫ | খেল-দ্য গেম | অশোক কুমাৰ বিষয়া |
২০১৭ | তুমি আহিবানে | প্ৰেৰণা বৰবৰুৱা |
২০১৮ | ৰক্তবীজ | বিশ্বজিৎ বৰা |
২০১৮ | তাণ্ডৱ অৱ পাণ্ডৱ | প্ৰীয়ম নিৰ্মল |
২০১৯ | ৰত্নাকৰ | যতীন বৰা |
২০২১ | ফিচা (ৱেব ছিৰিজ) | সংকল্পজিৎ হাজৰিকা |
২০২২ | গুৱাহাটী ডায়েৰিজ | প্ৰশান্ত শইকীয়া |
২০২২ | ৰাজনীতি | মঞ্জিত শৰ্মা |
বৰ্ষ | চলচ্চিত্ৰ | চৰিত্ৰ |
---|---|---|
২০২০ | Tell Me It's Grey | বৰ্ষা |
২০২১ | Sorry | বৰ্ষা |
২০২২ | Wrong Number |
বৰ্ষ | বঁটা | চলচ্চিত্ৰ | বিভাগ | ফলাফল |
---|---|---|---|---|
২০১৩ | প্ৰাগ চিনে এৱাৰ্ড | Me & My Sister | শ্ৰেষ্ঠা মহিলা অভিনেত্ৰী | বিজয়ী |
২০১৬ | Khel-The Game | মনোনীত | ||
২০২১[9] | ৰত্নাকৰ | বিজয়ী |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.