অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত ছবি সমূহৰ তালিকা From Wikipedia, the free encyclopedia
অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) প্ৰাপ্ত ছবি সমূহৰ তালিকা:[1][2][3]
অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা | ||
বঁটাৰ তথ্য | ||
---|---|---|
প্ৰকাৰ | ৰাষ্ট্ৰীয় | |
শ্ৰেণী | চলচ্চিত্ৰ | |
প্ৰথমবাৰ প্ৰদান | ১৯৬৯ | |
অন্তিমবাৰ প্ৰদান | ২০১৮ | |
মুঠ প্ৰদানৰ সংখ্যা | ৪৬ | |
প্ৰদানকৰ্তা | চলচ্চিত্ৰ মহোত্সৱৰ সঞ্চালকালয়, ভাৰত | |
নগদ টকা | ১,০০,০০০/- | |
মেডেল | ৰজত কমল | |
প্ৰথম প্ৰাপক | ডক্তৰ বেজবৰুৱা | |
অন্তিম প্ৰাপক | ৰণুৱা: হু নেভাৰ চাৰেণ্ডাৰ |
সংকেত | |
---|---|
* |
শ্ৰেষ্ঠ ছবিৰ বাবে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক |
* |
শ্ৰেষ্ঠ ছবিৰ বাবে চাৰ্টিফিকেট অব মেৰিট |
বৰ্ষ | ছবি | প্ৰযোজক | পৰিচালক | উৎস |
---|---|---|---|---|
১৯৫৫ (৩য়) |
পিয়লী ফুকন | ৰূপজ্যোতি প্ৰডাকচন | ফণী শৰ্মা | [4] |
১৯৫৬ (৪ৰ্থ) |
বঁটা প্ৰদান কৰা হোৱা নাই | [5] | ||
১৯৫৭ (৫ম) |
মাক আৰু মৰম | ব্ৰজেন বৰুৱা | নিপ বৰুৱা | [6] |
১৯৫৮ (৬ষ্ঠ) |
ৰঙা পুলিচ | কনক চন্দ্ৰ শৰ্মা | নিপ বৰুৱা | [7] |
১৯৫৯ (৭ম) |
পূবেৰুণ | পাজী দাস, খগেন ৰায় | প্ৰভাত মুখাৰ্জী | [8] |
১৯৬০ (৮ম) |
বঁটা প্ৰদান কৰা হোৱা নাই | [9] | ||
১৯৬১ (৯ম) |
শকুন্তলা | কামৰূপ চিত্ৰ | ভূপেন হাজৰিকা | [10] |
১৯৬২ (১০ম) |
তেজীমলা | আনোৱাৰ হুছেইন | আনোৱাৰ হুছেইন | [11] |
১৯৬৩ (১১তম) |
মণিৰাম দেৱান | অপূৰ্ব চৌধুৰী | সৰ্বেশ্বৰ চক্ৰৱৰ্তী | [12] |
১৯৬৪ (১২তম) |
প্ৰতিধ্বনি | কামৰূপ চিত্ৰ | ভূপেন হাজৰিকা | [13] |
১৯৬৫ (১৩তম) |
বঁটা প্ৰদান কৰা হোৱা নাই | [14] | ||
১৯৬৬ (১৪তম ) |
লটিঘটি | ভূপেন হাজৰিকা | ভূপেন হাজৰিকা | |
১৯৬৭ (১৫তম ) |
বঁটা প্ৰদান কৰা হোৱা নাই | [15] | ||
১৯৬৮ ( ১৬তম) |
বঁটা প্ৰদান কৰা হোৱা নাই | [16] | ||
১৯৬৯ ( ১৭তম) |
ডক্তৰ বেজবৰুৱা | ৰংঘৰ চিনে প্ৰডাকছন্ছ | ব্ৰজেন বৰুৱা | [17] |
১৯৭০ ( ১৮তম) |
বঁটা প্ৰদান কৰা হোৱা নাই | [18] | ||
১৯৭১ (১৯তম ) |
অৰণ্য | ইউনাইটেড ক্লাৱ, মঙলদৈ | সমৰেন্দ্ৰ নাৰায়ণ দেৱ | [19] |
১৯৭২ ( ২০তম) |
ওপজা সোণৰ মাটি | প্ৰগতি চিনে প্ৰডাকছন্ছ | ব্ৰজেন বৰুৱা | [20] |
১৯৭৩ ( ২১তম) |
মমতা | নলিন দুৱৰা, প্ৰফুল্ল দত্ত, শিৱ ঠাকুৰ | নলিন দুৱৰা | [21] |
১৯৭৪ ( ২২তম) |
বঁটা প্ৰদান কৰা হোৱা নাই | [22] | ||
১৯৭৫ (২৩তম ) |
চামেলি মেমচা'ব | সেউজ বোলছবি সন্থা | আব্দুল মজিদ | [23] |
১৯৭৬ (২৪তম ) |
পুতলা ঘৰ | ইউনাইটেড ক্লাৱ, মঙ্গলদৈ | সমৰেন্দ্ৰ নাৰায়ণ দেৱ | |
১৯৭৭ (২৫তম ) |
সন্ধ্যাৰাগ | ভবেন্দ্ৰ নাথ শইকীয়া | ভবেন্দ্ৰ নাথ শইকীয়া | [24] |
১৯৭৮ (২৬তম ) |
বঁটা প্ৰদান কৰা হোৱা নাই | [25] | ||
১৯৭৯ ( ২৭তম) |
কল্লোল | গতি চিত্ৰ | অতুল বৰদলৈ | [26] |
১৯৮০ ( ২৮তম) |
অনিৰ্বাণ | প্ৰীতি শইকীয়া | ভবেন্দ্ৰ নাথ শইকীয়া | [27] |
১৯৮১ ( ২৯) |
বঁটা প্ৰদান কৰা হোৱা নাই | [28] | ||
১৯৮২ (৩০তম ) |
অপৰূপা | জাহ্নু বৰুৱা | জাহ্নু বৰুৱা | [29] |
১৯৮৩ (৩১তম ) |
আলোকৰ আহ্বান | ড'-ৰে-মি ফিল্মছ | চাৰুকমল হাজৰিকা | [30] |
১৯৮৪ ( ৩২তম) |
সোণ মইনা | আৰ বি মেহতা, এম পি এন নায়াৰ, শিৱ প্ৰসাদ ঠাকুৰ | শিৱ প্ৰসাদ ঠাকুৰ | [31] |
১৯৮৫ ( ৩৩তম) |
অগ্নিস্নান | ভবেন্দ্ৰ নাথ শইকীয়া | ভবেন্দ্ৰ নাথ শইকীয়া | [32] |
১৯৮৬ ( ৩৪তম) |
বান | ড'-ৰে-মি ফিল্মছ | চাৰুকমল হাজৰিকা | [33] |
১৯৮৭ (৩৫তম ) |
প্ৰথম ৰাগিনী | এচ এন বৰা | ধীৰু ভূঞা | [34] |
১৯৮৮ (৩৬তম ) |
কোলাহল | ভবেন্দ্ৰ নাথ শইকীয়া | ভবেন্দ্ৰ নাথ শইকীয়া | [35] |
১৯৮৯ (৩৭তম) |
বঁটা প্ৰদান কৰা হোৱা নাই | [36] | ||
১৯৯০ (৩৮তম ) |
যুঁজ | বিপুল বৰুৱা | হেমেন দাস | [37] |
১৯৯১ (৩৯তম ) |
সাৰথি | ভবেন্দ্ৰ নাথ শইকীয়া | ভবেন্দ্ৰ নাথ শইকীয়া | [38] |
১৯৯২ (৪০তম) |
ৰেলৰ আলিৰ দূবৰি বন | পুলক গগৈ | পুলক গগৈ | [39] |
১৯৯৩ (৪১তম ) |
আৱৰ্তন | ভবেন্দ্ৰ নাথ শইকীয়া | ভবেন্দ্ৰ নাথ শইকীয়া | [40] |
১৯৯৪ (৪২তম) |
সাগৰলৈ বহু দূৰ | শৈলধৰ বৰুৱা, জাহ্নু বৰুৱা | জাহ্নু বৰুৱা | [41] |
১৯৯৫ (৪৩তম ) |
ইতিহাস | লীনা বৰা | ভবেন্দ্ৰ নাথ শইকীয়া | [42] |
১৯৯৬ (৪৪তম) |
অদাহ্য | নয়ন প্ৰসাদ | সান্ত্বনা বৰদলৈ | [43] |
১৯৯৭ (৪৫তম ) |
বঁটা প্ৰদান কৰা হোৱা নাই | [44] | ||
১৯৯৮ (৪৬তম) |
কুশল | ডলফিন কমিনিকেছনছ | জাহ্নু বৰুৱা | [45] |
১৯৯৯ (৪৭তম) |
পখী | ডলফিন কমিনিকেছনছ | জাহ্নু বৰুৱা | [46] |
২০০০ (৪৮তম) |
বঁটা প্ৰদান কৰা হোৱা নাই | [47] | ||
২০০১ (৪৯তম) |
বঁটা প্ৰদান কৰা হোৱা নাই | [48] | ||
২০০২ (৫০তম) |
কণিকাৰ ৰামধেনু | শৈলধৰ বৰুৱা | জাহ্নু বৰুৱা | [49] |
২০০৩ (৫১তম) |
আকাশীতৰাৰ কথাৰে... | সংগীতা তামুলী | মঞ্জু বৰা | [50] |
২০০৪ (৫২তম) |
দীনবন্ধু | কৃষ্ণ ৰয় | মুনিন বৰুৱা | [51] |
২০০৫ (৫৩তম) |
কদমতলে কৃষ্ণ নাচে | সুমন হৰিপ্ৰিয়া | সুমন হৰিপ্ৰিয়া | [52] |
২০০৬ (৫৪তম) |
আইদেউ | নবমিকা বৰঠাকুৰ | অৰূপ মান্না | [53] |
২০০৭ (৫৫তম) |
বঁটা প্ৰদান কৰা হোৱা নাই | [54] | ||
২০০৮ (৫৬তম) |
মন যায় | মৈৰঙঠম মুভিজ | এম মনিৰাম | [55] |
২০০৯ (৫৭তম) |
বসুন্ধৰা | হিৰেন বৰা | হিৰেন বৰা | [56] |
২০১০ (৫৮তম) |
জেতুকা পাতৰ দৰে | মোঃ নুৰুল ছুলতান | যদুমণি দত্ত | [57] |
২০১১ (৫৯তম) |
বঁটা প্ৰদান কৰা হোৱা নাই | [58] | ||
২০১২ (৬০তম) |
বান্ধোন | অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম | জাহ্নু বৰুৱা | [59] |
২০১৩ (৬১তম) |
অজেয় | শিৱেন আৰ্টছ | জাহ্নু বৰুৱা | [60] |
২০১৪ (৬২তম) |
অথেলো | অৰ্থ ফিল্মছ | হেমন্ত কুমাৰ দাস | [61] |
২০১৫ (৬৩তম) |
কথানদী | অনুৰূপা হাজৰিকা | ভাস্কৰ হাজৰিকা | [62] |
২০১৬ (৬৪তম) |
মাজ ৰাতি কেতেকী | উদ্ৰ ফিল্মছ | সান্ত্বনা বৰদলৈ | [63] |
২০১৭ (৬৫তম) |
ঈশ্বু | শিশু চলচ্চিত্ৰ সমিতি | উৎপল বৰপূজাৰী | [64] |
২০১৮ (৬৬তম) |
বুলবুল কেন্ ছিং | ফ্লায়িং ৰিভাৰ ফিল্মছ | ৰীমা দাস | [65] |
২০১৯ (৬৭তম) |
ৰণুৱা: হু নেভাৰ চাৰেণ্ডাৰ | বৰ্ণালী ক্ৰিয়েটিভ ভিজন এণ্টাৰটেইনমেণ্ট | চন্দ্ৰ মুদৈ | [66] |
২০২০ (৬৮তম) |
ব্ৰিজ | সবিতা দেৱী | কৃপাল কলিতা | [67] |
২০২১ (৬৯তম) |
অনুৰ | শিৱম ক্ৰিয়েছন | মঞ্জুল বৰুৱা | [68] |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.