বীৰবল
সম্ৰাট আকবৰৰ প্ৰধান মন্ত্ৰী From Wikipedia, the free encyclopedia
সম্ৰাট আকবৰৰ প্ৰধান মন্ত্ৰী From Wikipedia, the free encyclopedia
বীৰবল (১৯২৮-১৬ ফেব্ৰুৱাৰী, ১৫৮৬) মোগল সম্ৰাট আকবৰৰ দৰবাৰত উপদেষ্টা আৰু মোগল সেনাবাহিনীৰ প্ৰধান সেনাপতি আছিল৷ ভাৰতৰ বুন্দেলখণ্ডত এগৰাকী ব্ৰাহ্মণ পণ্ডিতৰ ঘৰত তেওঁৰ জন্ম হৈছিল৷ তেওঁ মহেশ দাস, বীৰবল বা ৰাজা বীৰবল নামেৰেও পৰিচিত। সম্ৰাট আকবৰৰ সান্নিধ্য লাভ কৰি তেওঁ বীৰবল উপাধি পাইছিল। বীৰবলৰ অৰ্থ হ’ল- জ্ঞানী। তেওঁৰ উপস্থিতি বুদ্ধি, পাণ্ডিত্য, ৰসিকতা আদি সৰ্বগুণৰ বাবে তেওঁক মগল সম্ৰাট আকবৰে প্ৰধান মন্ত্ৰী পাতিছিল৷[1]
বীৰবল | |
---|---|
সম্ৰাট আকবৰৰ মন্ত্ৰী, মুখ্যমন্ত্ৰী | |
বীৰবল | |
দাম্পত্য সঙ্গী | উৰ্ব্বশী দেৱী |
সন্তান | |
সৌদামিনী | |
পেছা | মগল সম্ৰাট আকবৰৰ প্ৰধান মন্ত্ৰী |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.