বিশ্বকাপ ক্ৰিকেট ২০১৯ ২০১৯ চনৰ ৩০ মেৰ পৰা ১৪ জুলাইলৈকে[1] ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত কৰা হ'ব,[2][3] ই হৈছে দ্বাদশ সংখ্যক বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা। ১৯৭৫, ১৯৭৯, ১৯৮৩ আৰু ১৯৯৯ চনৰ সৈতে এইবাৰ ইংলেণ্ড আৰু ৱেলছে পঞ্চমবাৰলৈ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰিব।
ক্ষিপ্ৰ তথ্য আইচিচি বিশ্বকাপ ক্ৰিকেট ২০১৯, দিনাংক ...
আইচিচি বিশ্বকাপ ক্ৰিকেট ২০১৯ |
---|
বিশ্বকাপ ক্ৰিকেট ২০১৯ৰ ল'গ' |
দিনাংক |
৩০ মে – ১৪ জুলাই |
---|
প্ৰশাসক(সমূহ) |
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংসদ |
---|
ধৰণ |
এদিনীয়া আন্তঃৰাষ্ট্ৰীয় |
---|
প্ৰতিযোগিতাৰ ধৰণ(সমূহ) |
ৰাউণ্ড ৰবিন আৰু নকআউট |
---|
আয়োজক(সমূহ) |
ইংলেণ্ড ৱেলছ |
---|
দলৰ সংখ্যা |
১০ |
---|
মুঠ খেলৰ সংখ্যা |
৪৮ |
---|
|
বন্ধ কৰক
অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত অনুষ্ঠিত হোৱা বিশ্বকাপৰ আয়োজকৰ নামৰ পৰা ইংলেণ্ড আৰু ৱেলছে নিজৰ নাম প্ৰত্যাহাৰ কৰাৰ পিছত ২০০৬ চনৰ এপ্ৰিল মাহত ২০১৯ চনৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজক দেশৰ নাম ঘোষণা কৰা হৈছিল। প্ৰতিযোগিতাৰ প্ৰথম খেলখন দি অ'ভেলত আৰু চুড়ান্ত খেলখন লৰ্ডছ্ত খেলুৱা হ'ব। কমসংখ্যক দলকলৈ আয়োজন কৰিবলৈ লোৱা বাবে প্ৰতিযোগিতাখনক সমালোচনা কৰা হৈছে যদিও আইচিচিএ কেৱল ১০টা দলৰ মাজতেই প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে।[4] ২০১৫ চনৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত অষ্ট্ৰেলিয়া বিজয়ী হৈছিল।
ইংলেণ্ড আৰু ৱেলছৰ স্থানসমূহ
কলিকতাত অনুষ্ঠিত হোৱা এখন সভাত সিদ্ধান্ত কৰা খেলৰ স্থানসমূহ ২৬ এপ্ৰিল ২০১৮ তাৰিখে প্ৰকাশ কৰা হয়।[5][6]
অধিক তথ্য নগৰ, বাৰ্মিংহাম, ইংলেণ্ড ...
নগৰ |
বাৰ্মিংহাম, ইংলেণ্ড |
ব্ৰিষ্টল, ইংলেণ্ড |
কাৰ্ডিফ, ৱেলছ |
চেষ্টাৰ-লে-ষ্ট্ৰীট, ইংলেণ্ড |
লিডছ, ইংলেণ্ড |
খেলপথাৰ |
Edgbaston |
Bristol County Ground |
Sophia Gardens |
Riverside Ground |
Headingley |
County Team |
Warwickshire |
Gloucestershire |
Glamorgan |
Durham |
Yorkshire |
আসন ক্ষমতা |
২৫,০০০ |
১৭,৫০০ |
১৫,৬৪৩ |
২০,০০০ |
১৮,৩৫০ |
খেল |
৫ (ছেমি-ফাইনেলক ধৰি) |
৩ |
৪ |
৩ |
৪ |
|
|
|
|
|
|
লণ্ডন, ইংলেণ্ড |
লণ্ডন, ইংলেণ্ড |
মানচেষ্টাৰ, ইংলেণ্ড |
নটিংহাম, ইংলেণ্ড |
ছাউডামটন, ইংলেণ্ড |
টাউনটন, ইংলেণ্ড |
লৰ্ডছ |
দ্য অভেল |
অল্ড ট্ৰেফৰ্ড |
ট্ৰেণ্ট ব্ৰীজ |
ৰজ বৌল |
কাণ্ট্ৰি গ্ৰাউণ্ড |
মিডলছেক্স |
ছুৰী |
লেংকাছিৰ |
নটিমহামছিৰ |
হামছিৰ |
ছমেৰছেট |
২৮,০০০ |
২৫,৫০০ |
২৬,০০০ |
১৭,৫০০ |
২৫,০০০ |
১২,৫০০ |
৫ (ফাইনেলক ধৰি) |
৫ |
৬ (ছেমি-ফাইনেলক ধৰি) |
৫ |
৫ |
৩ |
|
|
|
|
|
|
বন্ধ কৰক
২০১৮ চনৰ ২৬ এপ্ৰিলত আইচিচিএ খেলসমূহৰ তালিকা প্ৰকাশ কৰে।[7]
সকলো সময় ব্ৰিটিছ গ্ৰীষ্মকালীন সময় অনুসৰি (UTC+০১:০০)
ইংলেণ্ড ৩১১/৮ (৫০ অভাৰ) |
আৰু |
দক্ষিণ আফ্ৰিকা২০৭ (৩৯.৫ অভাৰ) |
|
|
|
ইংলেণ্ড জয়ী হয় ১০৪ ৰানত দ্য অভেল, লণ্ডন |
পাকিস্তান ১০৫ (২১.৪ অভাৰ) |
আৰু |
ৱেষ্ট ইণ্ডিজ১০৮/৩ (১৩.৪ অভাৰ) |
|
|
|
ৱেষ্ট ইণ্ডিজ জয়ী হয় ৭ উইকেটত Trent Bridge, Nottingham |
শ্ৰীলংকা ১৩৬ (২৯.২ অভাৰ) |
আৰু |
নিউজিলেণ্ড১৩৭/০ (১৬.১ অভাৰ) |
|
|
|
নিউজিলেণ্ড জয়ী হয় ১০ উইকেটত Sophia Gardens, Cardiff |
আফগানিস্তান ২০৭ (৩৮.২ অভাৰ) |
আৰু |
অষ্ট্ৰেলিয়া২০৯/৩ (৩৪.৫ অভাৰ) |
|
|
|
অষ্ট্ৰেলিয়া জয়ী হয় ৭ উইকেটত County Ground, Bristol |
বাংলাদেশ ৩৩০/৬ (৫০ অভাৰ) |
আৰু |
দক্ষিণ আফ্ৰিকা৩০৯/৮ (৫০ অভাৰ) |
|
|
|
বাংলাদেশ জয়ী হয় ২১ ৰানত দ্য অভেল, লণ্ডন |
পাকিস্তান ৩৪৮/৮ (৫০ অভাৰ) |
আৰু |
ইংলেণ্ড৩৩৪/৯ (৫০ অভাৰ) |
|
|
|
পাকিস্তান জয়ী হয় ১৪ ৰানত Trent Bridge, Nottingham |
শ্ৰীলংকা ২০১ (৩৬.৫ অভাৰ) |
আৰু |
আফগানিস্তান১৫২ (৩২.৪ অভাৰ) |
|
|
|
শ্ৰীলংকা জয়ী হয় ৩৪ ৰানত (ডিলছ পদ্ধতি) Sophia Gardens, Cardiff |
দক্ষিণ আফ্ৰিকা ২২৭/৯ (৫০ অভাৰ) |
আৰু |
ভাৰত২৩০/৪ (৪৭.৩ অভাৰ) |
|
|
|
ভাৰত জয়ী হয় ৬ উইকেটত Rose Bowl, Southampton |
বাংলাদেশ ২৪৪ (৪৯.২ অভাৰ) |
আৰু |
নিউজিলেণ্ড২৪৮/৮ (৪৭.১ অভাৰ) |
|
|
|
নিউজিলেণ্ড জয়ী হয় ২ উইকেটত দ্য অভেল, লণ্ডন |
অষ্ট্ৰেলিয়া ২৮৮ (৪৯ অভাৰ) |
আৰু |
ৱেষ্ট ইণ্ডিজ২৭৩/৯ (৫০ অভাৰ) |
|
|
|
অষ্ট্ৰেলিয়া জয়ী হয় ১৫ ৰানত Trent Bridge, Nottingham |
পাকিস্তান |
আৰু |
শ্ৰীলংকা |
|
|
|
খেল বাতিল হয় County Ground, Bristol |
ইংলেণ্ড ৩৮৬/৬ (৫০ অভাৰ) |
আৰু |
বাংলাদেশ২৮০ (৪৮.৫ অভাৰ) |
|
|
|
ইংলেণ্ড জয়ী হয় ১০৬ ৰানত Sophia Gardens, Cardiff |
আফগানিস্তান ১৭২ (৪১.১ অভাৰ) |
আৰু |
নিউজিলেণ্ড১৭৩/৩ (৩২.১ অভাৰ) |
|
|
|
নিউজিলেণ্ড জয়ী হয় ৭ উইকেটত County Ground, Taunton |
ভাৰত ৩৫২/৫ (৫০ অভাৰ) |
আৰু |
অষ্ট্ৰেলিয়া৩১৬ (৫০ অভাৰ) |
|
|
|
ভাৰত জয়ী হয় ৩৬ ৰানত দ্য অভেল, লণ্ডন |
দক্ষিণ আফ্ৰিকা ২৯/২ (৭.৩ অভাৰ) |
আৰু |
ৱেষ্ট ইণ্ডিজ |
|
|
|
ফলাফল নাই Rose Bowl, Southampton |
বাংলাদেশ |
আৰু |
শ্ৰীলংকা |
|
|
|
খেল বাতিল হয় County Ground, Bristol |
অষ্ট্ৰেলিয়া ৩০৭ (৪৯ অভাৰ) |
আৰু |
পাকিস্তান২৬৬ (৪৫.৪ অভাৰ) |
|
|
|
অষ্ট্ৰেলিয়া জয়ী হয় ৪১ ৰানত County Ground, Taunton |
|
আৰু |
নিউজিলেণ্ড |
|
|
|
খেল বাতিল হয় Trent Bridge, Nottingham |
ৱেষ্ট ইণ্ডিজ ২১২ (৪৪.৪ অভাৰ) |
আৰু |
ইংলেণ্ড২১৩/২ (৩৩.১ অভাৰ) |
|
|
|
ইংলেণ্ড জয়ী হয় ৮ উইকেটত Rose Bowl, Southampton |
অষ্ট্ৰেলিয়া ৩৩৪/৭ (৫০ অভাৰ) |
আৰু |
শ্ৰীলংকা২৪৭ (৪৫.৫ অভাৰ) |
|
|
|
অষ্ট্ৰেলিয়া জয়ী হয় ৮৭ ৰানত দ্য অভেল, লণ্ডন |
আফগানিস্তান ১২৫ (৩৪.১ অভাৰ) |
আৰু |
দক্ষিণ আফ্ৰিকা১৩১/১ (২৮.৪ অভাৰ) |
|
|
|
দক্ষিণ আফ্ৰিকা জয়ী হয় ৯ উইকেটত (ডিলছ পদ্ধতি) Sophia Gardens, Cardiff |
ভাৰত ৩৩৬/৫ (৫০ অভাৰ) |
আৰু |
পাকিস্তান২১২/৬ (৪০ অভাৰ) |
|
|
|
ভাৰত জয়ী হয় ৮৯ ৰানত (ডিলছ পদ্ধতি) Old Trafford, Manchester |
ৱেষ্ট ইণ্ডিজ ৩২১/৮ (৫০ অভাৰ) |
আৰু |
বাংলাদেশ৩২২/৩ (৪১.৩ অভাৰ) |
|
|
|
বাংলাদেশ জয়ী হয় ৭ উইকেটত County Ground, Taunton |
ইংলেণ্ড ৩৯৭/৬ (৫০ অভাৰ) |
আৰু |
আফগানিস্তান২৪৭/৮ (৫০ অভাৰ) |
|
|
|
ইংলেণ্ড জয়ী হয় ১৫০ ৰানত Old Trafford, Manchester |
দক্ষিণ আফ্ৰিকা ২৪১/৬ (৪৯ অভাৰ) |
আৰু |
নিউজিলেণ্ড২৪৫/৬ (৪৮.৩ অভাৰ) |
|
|
|
নিউজিলেণ্ড জয়ী হয় ৪ উইকেটত Edgbaston, Birmingham |
অষ্ট্ৰেলিয়া ৩৮১/৫ (৫০ অভাৰ) |
আৰু |
বাংলাদেশ৩৩৩/৮ (৫০ অভাৰ) |
|
|
|
অষ্ট্ৰেলিয়া জয়ী হয় ৪৮ ৰানত Trent Bridge, Nottingham |
শ্ৰীলংকা ২৩২/৯ (৫০ অভাৰ) |
আৰু |
ইংলেণ্ড২১২ (৪৭ অভাৰ) |
|
|
|
শ্ৰীলংকা জয়ী হয় ২০ ৰানত Headingley, Leeds |
ভাৰত ২২৪/৮ (৫০ অভাৰ) |
আৰু |
আফগানিস্তান২১৩ (৪৯.৫ অভাৰ) |
|
|
|
ভাৰত জয়ী হয় ১১ ৰানত Rose Bowl, Southampton |
নিউজিলেণ্ড ২৯১/৮ (৫০ অভাৰ) |
আৰু |
ৱেষ্ট ইণ্ডিজ২৮৬ (৪৯ অভাৰ) |
|
|
|
নিউজিলেণ্ড জয়ী হয় ৫ ৰানত Old Trafford, Manchester |
পাকিস্তান ৩০৮/৭ (৫০ অভাৰ) |
আৰু |
দক্ষিণ আফ্ৰিকা২৫৯/৯ (৫০ অভাৰ) |
|
|
|
পাকিস্তান জয়ী হয় ৪৯ ৰানত Lord's, লণ্ডন |
বাংলাদেশ ২৬২/৭ (৫০ অভাৰ) |
আৰু |
আফগানিস্তান২০০ (৪৭ অভাৰ) |
|
|
|
বাংলাদেশ জয়ী হয় ৬২ ৰানত Rose Bowl, Southampton |
অষ্ট্ৰেলিয়া ২৮৫/৭ (৫০ অভাৰ) |
আৰু |
ইংলেণ্ড২২১ (৪৪.৪ অভাৰ) |
|
|
|
অষ্ট্ৰেলিয়া জয়ী হয় ৬৪ ৰানত Lord's, লণ্ডন |
নিউজিলেণ্ড ২৩৭/৬ (৫০ অভাৰ) |
আৰু |
পাকিস্তান২৪১/৪ (৪৯.১ অভাৰ) |
|
|
|
পাকিস্তান জয়ী হয় ৬ উইকেটত Edgbaston, Birmingham |
ভাৰত ২৬৮/৭ (৫০ অভাৰ) |
আৰু |
ৱেষ্ট ইণ্ডিজ১৪৩ (৩৪.২ অভাৰ) |
|
|
|
ভাৰত জয়ী হয় ১২৫ ৰানত Old Trafford, Manchester |
শ্ৰীলংকা ২০৩ (৪৯.৩ অভাৰ) |
আৰু |
দক্ষিণ আফ্ৰিকা২০৬/১ (৩৭.২ অভাৰ) |
|
|
|
দক্ষিণ আফ্ৰিকা জয়ী হয় ৯ উইকেটত Riverside Ground, Chester-le-Street |
আফগানিস্তান ২২৭/৯ (৫০ অভাৰ) |
আৰু |
পাকিস্তান২৩০/৭ (৪৯.৪ অভাৰ) |
|
|
|
পাকিস্তান জয়ী হয় ৩ উইকেটত Headingley, Leeds |
অষ্ট্ৰেলিয়া ২৪৩/৯ (৫০ অভাৰ) |
আৰু |
নিউজিলেণ্ড১৫৭ (৪৩.৪ অভাৰ) |
|
|
|
অষ্ট্ৰেলিয়া জয়ী হয় ৮৬ ৰানত Lord's, লণ্ডন |
ইংলেণ্ড ৩৩৭/৭ (৫০ অভাৰ) |
আৰু |
|
|
|
|
ইংলেণ্ড জয়ী হয় ৩১ ৰানত Edgbaston, Birmingham |
শ্ৰীলংকা ৩৩৮/৬ (৫০ অভাৰ) |
আৰু |
ৱেষ্ট ইণ্ডিজ৩১৫/৯ (৫০ অভাৰ) |
|
|
|
শ্ৰীলংকা জয়ী হয় ২৩ ৰানত Riverside Ground, Chester-le-Street |
বাংলাদেশ ২২৯/৬ (৪১ অভাৰ) |
আৰু |
|
|
|
|
ভাৰত জয়ী হয় ২৮ ৰানত Edgbaston, Birmingham |
ইংলেণ্ড ৩০৫/৮ (৫০ অভাৰ) |
আৰু |
নিউজিলেণ্ড১৮৬ (৪৫ অভাৰ) |
|
|
|
ইংলেণ্ড জয়ী হয় ১১৯ ৰানত Riverside Ground, Chester-le-Street |
আফগানিস্তান |
আৰু |
ৱেষ্ট ইণ্ডিজ |
|
|
|
বাংলাদেশ |
আৰু |
পাকিস্তান |
|
|
|
|
আৰু |
শ্ৰীলংকা |
|
|
|
অষ্ট্ৰেলিয়া |
আৰু |
দক্ষিণ আফ্ৰিকা |
|
|
|
অধিক তথ্য গোট পৰ্যায়, নকআউট পৰ্যায় ...
- Note: The total points at the end of each group match are listed.
- Note: Click on the points (group matches) or W/L (Playoffs) to see the match summary.
|
বন্ধ কৰক