প্ৰমোদ বড়ো
From Wikipedia, the free encyclopedia
প্ৰমোদ বড়ো (ইংৰাজী: Pramod Boro, জন্ম: ১ মাৰ্চ ১৯৭৫) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু বৰ্তমান বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য। ২০২০ চনৰ ১৫ ডিচেম্বৰ তাৰিখে তেওঁ এই পদত অধিষ্ঠিত হয়।[1] ইয়াৰ লগতে তেওঁ ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল নামৰ ৰাজনৈতিক দলৰো সভাপতি। তেওঁ সদৌ বড়ো ছাত্ৰ সন্থাৰ সভাপতি আছিল।[2]
ক্ষিপ্ৰ তথ্য প্ৰমোদ বড়ো, বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ দ্বিতীয় মুখ্য কাৰ্যবাহী সদস্য ...
প্ৰমোদ বড়ো | |
---|---|
বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ দ্বিতীয় মুখ্য কাৰ্যবাহী সদস্য | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১৫ ডিচেম্বৰ ২০২০ | |
পূৰ্বসূৰী | হাগ্ৰামা মহিলাৰী |
সমষ্টি | ককলাবাৰী |
ব্যক্তিগত তথ্য | |
জন্ম | ১ মাৰ্চ, ১৯৭৫ (৪৯ বছৰ) গয়াবাৰী, তামুলপুৰ, নলবাৰী জিলা (বৰ্তমান বাক্সা জিলা) |
ৰাজনৈতিক দল | ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল |
দাম্পত্যসঙ্গী | পাৰুল ভড়ালী |
সন্তান | ২ |
বাসস্থান | ৰঙিয়া |
শিক্ষানুষ্ঠান | ৰঙিয়া মহাবিদ্যালয় |
জীৱিকা |
|
পিতৃ | ঘনশ্যাম বড়ো |
ৱেবছাইট | upplofficial |
বন্ধ কৰক