বাক্সা জিলা
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা / From Wikipedia, the free encyclopedia
বাক্সা জিলা অসমৰ ৩৩ খন প্ৰশাসনিক জিলাৰ ভিতৰত এখন। ইয়াৰ সদৰ স্থান হৈছে মুছলপুৰ। বাক্সা জিলা বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্ভুক্ত। ২০০৩ চনত ইয়াক নতুন জিলা ৰূপে ঘোষণা কৰা হয়। বাক্সা জিলাৰ মাটিকালি প্ৰায় ২৪০০ বৰ্গকিলোমিটাৰ।
ক্ষিপ্ৰ তথ্য বাক্সা জিলা, দেশ ...
বাক্সা জিলা | |
---|---|
— জিলা — | |
Manas National Park.jpgবাক্সা জিলাত অৱস্থিত মানস ৰাষ্ট্ৰীয় উদ্যান | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
সদৰ | মুছলপুৰ |
মাটিকালি | |
- মুঠ | ২,৪০০ কি.মি.২ (৯২৬.৬ বৰ্গ মাইল) |
জনসংখ্যা (২০১১) | |
- মুঠ | ৯,৫৩,৭৭৩ জন |
- জনঘনত্ব | ৪৭৫ প্ৰতি বৰ্গ কি.মি. (১,২৩০.২ প্ৰতি বৰ্গ মাইল) |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30) |
ৱেবছাইট | Baksa.gov.in/ |
বন্ধ কৰক