নাচনী চৰাই[2] (ইংৰাজী: White-throated Fantail, বৈজ্ঞানিক নাম-Rhipidura albicollis) এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াক প্ৰধানকৈ দক্ষিণ এছিয়াভাৰতৰ পৰা বাংলাদেশ তথা ইণ্ডোনেছিয়া আদি দেশৰ বনাঞ্চল তথা খেতি-পথাৰ আদিত দেখা পোৱা যায়৷

Thumb
নাচনী চৰাই, ট্ৰেফিক উদ্যান, চণ্ডিগড়, ভাৰত
ক্ষিপ্ৰ তথ্য নাচনী চৰাই (White-throated Fantail), সংৰক্ষণ স্থিতি ...
বন্ধ কৰক

বিৱৰণ

নাচনী চৰাই প্ৰায় ১৯ ছেমি দীঘল। ইয়াৰ এখন ক'লা বিচনী-সদৃশ ফিচা থাকে, অগ্ৰাংশ বগা, আৰু ডিঙি বগা।

বিতৰণ

থলুৱা আৱাস: বাংলাদেশ, ভূটান, কেম্ব'ডিয়া, চীন, ভাৰত, ইন্দোনেচিয়া, লাও পিপ'লছ ডেম'ক্ৰেটিক ৰিপাব্লিক, মালেচিয়া, ম্যানমাৰ, নেপাল, থাইলেণ্ড, ভিয়েটনাম।[3]

আচৰণ

নাচনী চৰায়ে প্ৰায়ে সিহঁতৰ ফিচা নচুৱাই থাকে।

খাদ্য

নাচনী চৰাইবোৰ পতংগভোজী

প্ৰজনন

নাচনী চৰায়ে গছত সজা সিহঁতৰ সৰু বাঁহত তিনিটাকৈ কণী পাৰে।

তথ্যসূত্ৰ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.