দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়
From Wikipedia, the free encyclopedia
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় গোলাঘাট জিলাৰ দেৰগাঁওত অৱস্থিত এখন মহাবিদ্যালয়। ১৯৬২ এই মহাবিদ্যালয় স্থাপন কৰা হৈছিল। মহাবিদ্যালয়খনক উজনি অসমৰ কটন বুলিও জনা যায়।[উদ্ধৃতিৰ প্ৰয়োজন] NAAC ৰ মূল্যাংকনত মহাবিদ্যালয়খনে A+ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে। দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1]
ক্ষিপ্ৰ তথ্য দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়, মূলমন্ত্ৰ ...
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় | |
---|---|
মূলমন্ত্ৰ | तमसो मा ज्योतिर्गमय |
স্থাপিত | ১৯৬২ |
ধৰণ | ৰাজহুৱা |
অধ্যক্ষ | ডঃ ৰঞ্জিত কুমাৰ বৰদলৈ |
স্থান | দেৰগাঁও, গোলাঘাট জিলা, অসম, ভাৰত |
উপনাম | ডিকেডি কলেজ |
ভুক্তি | ডিব্ৰুগড় বিশ্ববিদ্যালয় |
ৱেবছাইট | www |
বন্ধ কৰক