![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/9/9b/Assam_locator_map.svg/langas-640px-Assam_locator_map.svg.png&w=640&q=50)
দেৰগাঁও
ভাৰতৰ অসম ৰাজ্যৰ এখন নগৰ / From Wikipedia, the free encyclopedia
দেৰগাঁও(ইংৰাজী: Dergaon) (IPA: ˈdɜːˌgɑ̃ʊ)উজনি অসমৰ গোলাঘাট জিলাত অৱস্থিত এখন ঐতিহাসিক ঠাই৷ হেমকোষ প্ৰণেতা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা, জ্ঞানপীঠ বঁটাপ্ৰাপ্ত কবি নীলমণি ফুকন, গল্প সম্ৰাট চৈয়দ আব্দুল মালিক, প্ৰফুল্ল চন্দ্ৰ বৰা, নৃত্যাচাৰ্য যতীন গোস্বামীকে আদি কৰি অসমীয়া সমাজ-সংস্কৃতিৰ জগতখনত অনবদ্য অৱদান আগবঢ়োৱা কেইবাজনো বৰেণ্য ব্যক্তিৰ জন্মস্থান হৈছে দেৰগাঁও।[কোন ?]
ক্ষিপ্ৰ তথ্য দেৰগাঁও, দেশ ...
দেৰগাঁও | |
---|---|
— নগৰ — | |
ভৌগোলিক স্থানাংক: 26.7°N 93.97°E / 26.7; 93.97 | |
দেশ | ![]() |
ৰাজ্য | অসম |
জিলা | গোলাঘাট জিলা |
উচ্চতা | ৮২ মিটাৰ (২৬৯.০৩ ফুট) |
জনসংখ্যা (২০০১) | |
- মুঠ | ১৩,৩৬৪ জন |
ভাষা | |
- চৰকাৰী | অসমীয়া |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30) |
785614 |
বন্ধ কৰক