দেওহাঁহ
From Wikipedia, the free encyclopedia
দেওহাঁহ (ইংৰাজী: White-winged Wood Duck )' (Asarcornis scutulata) এবিধ ডাঙৰ আকাৰৰ হাহঁৰ প্ৰজাতি। দেওহাঁহক অসমৰ জাতীয় চৰাই ৰূপে অভিহিত কৰা হয়[উদ্ধৃতিৰ প্ৰয়োজন]। এই প্ৰজাতিৰ হাঁহৰ বিশেষ ধৰণৰ বিকট মাতৰ বাবে অসমীয়াত ইয়াক ‘দেওহাঁহ’ বুলি কোৱা হয়।
ক্ষিপ্ৰ তথ্য দেওহাঁহ White-winged Duck, সংৰক্ষণ স্থিতি ...
দেওহাঁহ White-winged Duck | |
---|---|
ইংলেণ্ড ৰ ব্ৰিষ্টল চিৰিয়াখানাত দেওহাঁহ | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | পক্ষী |
বৰ্গ: | Anseriformes |
পৰিয়াল: | Anatidae |
গণ: | Asarcornis Salvadori, 1895 |
প্ৰজাতি: | A. scutulata |
বৈজ্ঞানিক নাম | |
Asarcornis scutulata (Müller, 1842) | |
সমাৰ্থক | |
Cairina scutulata |
বন্ধ কৰক