![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/f8/%25D8%25AF%25D9%2585%25DB%258C%25D9%2584%25DB%258C.svg/langas-640px-%25D8%25AF%25D9%2585%25DB%258C%25D9%2584%25DB%258C.svg.png&w=640&q=50)
দামেলী ভাষা
From Wikipedia, the free encyclopedia
দামেলী, দামীয়া বা গিদোজ[2] এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি প্ৰায় ৫০০০ লোকৰ দ্বাৰা মুখ্যতঃ পাকিস্তানৰ খাইবৰ-পাখতুনখোৱা প্ৰান্তৰ চিত্ৰল জিলাৰ ডোমেল চহৰত ব্যৱহাৰ কৰা হয়।
ক্ষিপ্ৰ তথ্য Dameli, থলুৱা অঞ্চল ...
Dameli | |
---|---|
Dāmya bāṣa | |
![]() | |
থলুৱা অঞ্চল | Pakistan |
অঞ্চল | Khyber Pakhtunkhwa |
জাতীয়তা | Damia |
স্থানীয় ভাষিক |
5,000 (2001)e18 |
ভাষা পৰিয়াল |
Indo-European
|
ভাষা সংকেত | |
ISO 639-3 | dml |
গ্লোটোলগ | dame1241 [1] |
বন্ধ কৰক
ডোমেল বা ডামেল উপত্যকা ড্ৰোছৰ প্ৰায় দহ মাইল দক্ষিণ দিশে অৱস্থিত, যি চিত্ৰল বা কুনাৰ নদীৰ পূব দিশে স্থিত। তাৰ মাজেৰেই মিৰখানি দুৰ্গৰ পৰা অৰণ্ডুলৈ যোৱা পথ পাৰ হয়।
ডামেলী সেই গাওঁসমূহৰ মুখ্য ভাষা য'ত এই ভাষা ব্যৱহাৰ হয়, আৰু এই ভাষা প্ৰায় সকলো ল'ৰা-ছোৱালীয়েই সেই অঞ্চলসমূহত শিকে। সেই জনসংখ্যাৰ প্ৰায় লোকেই দ্বিতীয় ভাষা হিচাপে পশ্তো ভাষাও শিকে। কোনো কোনোৱে খোৱাৰ আৰু উৰ্দু ভাষাও শিকে। তথাপিও সেই অঞ্চলত বৃহৎ ভাষিক পৰিৱৰ্তনৰ কোনো চিন দেখা দিয়া নাই, আৰু দামেলী এটি সুৰক্ষিত ভাষা।