From Wikipedia, the free encyclopedia
খোৱাৰ (کھووار) বা চিত্ৰলী এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি মুখ্যতঃ পাকিস্তানৰ চিত্ৰল অঞ্চল আৰু তাৰ ওচৰৰ অঞ্চলসমূহত ব্যৱহাৰ কৰা হয়।[4]
Khowar | |
---|---|
کھووار | |
Khowar written in the Khowar alphabet in Nastaliq style. | |
থলুৱা অঞ্চল | Pakistan |
অঞ্চল | Chitral District |
জাতীয়তা | Chitrali people |
স্থানীয় ভাষিক |
প্ৰায় 800,000 (2021)[1] |
ভাষা পৰিয়াল |
Indo-European
|
লিখন প্ৰণালী | Khowar alphabet (In Nastaliq style.) |
আধিকাৰিক স্থিতি | |
নিয়মাধীন হয় |
Association for the Promotion of Khowar[2] |
ভাষা সংকেত | |
ISO 639-3 | khw |
গ্লোটোলগ | khow1242 [3] |
লিংগোৱাস্ফেয়াৰ | 59-AAB-aa |
Khowar is a minor language of Pakistan which is mainly spoken in Chitral, it is given a space in this map. | |
Areas where Khowar is spoken. |
খোৱাৰ চিত্ৰল অঞ্চলৰ মুখ্য ভাষা যি অন্য ভাষা ভাষী লোকেও নিজৰ মাজত কথা পাতিবলৈ ব্যৱহাৰ কৰে।[5] চিত্ৰলৰ উপৰিও এই ভাষা গিলগিট-বালতিস্তানৰ গুপিছ-য়াছিন আৰু ঘিজেৰ জিলাত তথা উজনি স্বাট জিলাত ব্যৱহাৰ কৰা হয়।[6]
খোৱাৰ ভাষী বহুতো লোকে পাকিস্তানৰ মুখ্য মহানগৰ, যেনে পেশ্বাৱাৰ, ইস্লামবাদ, লাহোৰ আৰু কাৰাচী আদিলৈ পৰিভ্ৰমণ কৰিছে। তদুপৰি, কলশ ভাষী লোকেও এই ভাষা প্ৰায় দ্বিতীয় ভাষা হিচাপে ব্যৱহাৰ কৰে।[7]
এই ভাষাৰ নিজা নাম খো-ৱাৰ,[8] যাৰ অৰ্থ হ'ল "খো লোকৰ ভাষা (ৱাৰ)"। ব্ৰিটিছ কালত ইংৰাজী ভাষাত এই ভাষাক চিত্ৰলী নামেৰে জনা গৈছিল (যি চিত্ৰল অঞ্চলৰ নামৰ পৰা অহা)। অন্য এক নাম আছিল কাশ্বকাৰী।[8] পাঠান আৰু বাদাক্শানী লোকৰ মাজত এই ভাষাক কাশ্কাৰ নামেৰে জনা যায়।[9] আন এক নাম লেইটনাৰে ১৮৮০ত ব্যৱহাৰ কৰিছিল: অৰ্ণ্যিয়া[10] বা অৰ্ণিয়া, যি শ্বিনা ভাষাত এটি অঞ্চলৰ যি নাম (য়াছিন), তাৰ পৰা অহা। তাতো খোৱাৰ ভাষা ব্যৱহাৰ কৰা হয়।[8]
খোৱাৰ ভাষা চিত্ৰল অঞ্চলত তাৰ উত্তৰী ভাগৰ পৰা বিয়পিল, বিশেষকৈ মুলখৌ আৰু টোৱখৌ উপত্যকাদ্বয়ৰ পৰা।[11][12] মৰ্গেনষ্টিয়াৰ্ণৰ মতে, খোৱাৰ ভাষীসকলৰ প্ৰথম ভূমি আছিল মস্তুজৰ ওচৰৰ উপত্যকাসমূহ যি চিত্ৰলৰ উত্তৰ দিশে।[11] চতুৰ্দশ শতিকাৰ আৰম্ভণিত এই ভাষা তাৰ পৰা দক্ষিণ দিশে বিয়পিবলৈ ধৰিল।[11]
Khowar shares a great number of morphological characteristics with neighbouring Iranian languages of Badakhshan, pointing to a very early location of proto-Khowar in its original abode in Upper Chitral, although from its links with the Gandhari language, it likely came from further south in the first millennium BC, possibly through Swat and Dir.[12]
Georg Morgenstierne noted, "Khowar, in many respects [is] the most archaic of all modern Indian languages, retaining a great part of Sanskrit case inflexion, and retaining many words in a nearly Sanskritic form".[13]:3
Khowar has a variety of dialects, which may vary phonemically.[14] The following tables lay out the basic phonology of Khowar.[15][16][17]
Front | Central | Back | |
---|---|---|---|
Close | i | u | |
Mid | ɛ | ɔ | |
Open | ɑ |
Khowar may also have nasalized vowels and a series of long vowels /ɑː/, /ɛː/, /iː/, /ɔː/, and /uː/. Sources are inconsistent on whether length is phonemic, with one author stating "vowel-length is observed mainly as a substitute one. The vowel-length of phonological value is noted far more rarely."[14] Unlike the neighboring and related Kalasha language, Khowar does not have retroflex vowels.[15]
Labial | Coronal | Retroflex | Palatal | Velar | Post-
velar |
Glottal | ||
---|---|---|---|---|---|---|---|---|
Nasal | m | n | ||||||
Stop | voiceless | p | t | ʈ | k | q | ||
voiced | b | d | ɖ | Error using {{IPAsym}}: IPA symbol "g" not found in list | ||||
aspirated | pʰ | tʰ | ʈʰ | kʰ | ||||
Affricate | voiceless | ts | ʈʂ | tɕ | ||||
voiced | dz | ɖʐ | dʑ | |||||
aspirated | tsʰ | ʈʂʰ | tɕʰ | |||||
Fricative | voiceless | f | s | ʂ | ɕ | x | h | |
voiced | z | ʐ | ʑ | ɣ | ||||
Approximant | ʋ | l(ʲ) ɫ | j | (w) | ||||
Rhotic | ɾ |
Allophones of /x ɣ h ʋ ɾ/ are heard as sounds [χ ʁ ɦ w ɹ].[17] /q x ɣ f/ are restricted to Perso-Arabic loanwords in most IA languages but they occur natively in Khowar.[18][Full citation needed]
Khowar, like many Dardic languages, has either phonemic tone or stress distinctions.[19]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.