মৈথিলী ভাষাৰ লিপি From Wikipedia, the free encyclopedia
তিৰহুতা লিপি বা মিথিলাক্ষৰ হৈছে মৈথিলী ভাষা লিখিবৰ বাবে ব্যৱহাৰ কৰা এক লিপি। এই লিপিটোৰ বিকাশ ১০ম শতিকাত বৰ্তমান বিহাৰৰ মিথিলা অঞ্চল আৰু নেপালৰ তৰাই অঞ্চলত হয় বুলি অনুমান কৰা হৈছে। তিৰহুতা লিপিৰ প্ৰাচীনতম ব্যৱহাৰৰ নমুনা ৯৫০ খৃষ্টাব্দৰ বিহাৰৰ সহোদৰা মন্দিৰত পোৱা গৈছে।[1] তিৰহুতা লিপিৰ যথেষ্ট সাদৃশ্য অসমীয়া লিপি আৰু বঙালী লিপিৰ সৈতে দেখা যায়। মৈথিলী ভাষী অধিকাংশ লোকে ভাষাটো লিখিবৰ বাবে বৰ্তমান তিৰহুতা লিপিৰ সলনি দেৱনাগৰী লিপি ব্যৱহাৰ কৰে।
তিৰহুতা, মিথিলাক্ষৰ | |
---|---|
তিৰহুতা লিপিত "তিৰহুতা" শব্দটো লিখা হৈছে | |
প্ৰকাৰ | আবুগিদা |
ভাষা | মৈথিলী, সংস্কৃত |
সময় | ১২ৰ পৰা ২০ শতিকাৰ ভিতৰত |
ভগ্নী লিপি | বঙালী, অসমীয়া, তিব্বতীয় |
ISO 15924 | Tirh, 326 |
ইউনিক'ড ৰে'ঞ্জ | U+11480–U+114DF Final Accepted Script Proposal |
স্বতন্ত্ৰ ৰূপ | গৌণ ৰূপ | অসমীয়া লিপিত | |||
---|---|---|---|---|---|
চিত্ৰ | চিহ্ন | চিত্ৰ | চিহ্ন | স্বতন্ত্ৰ | গৌণ |
𑒁 | অ | ||||
𑒂 | 𑒰 | আ | া | ||
𑒃 | 𑒱 | ই | ি | ||
𑒄 | 𑒲 | ঈ | ী | ||
𑒅 | 𑒳 | উ | ু | ||
𑒆 | 𑒴 | ঊ | ূ | ||
𑒇 | 𑒵 | ঋ | ৃ | ||
𑒈 | 𑒶 | ||||
𑒉 | 𑒷 | ||||
𑒊 | 𑒸 | ||||
𑒋 | 𑒹 | এ | ে | ||
𑒺 | |||||
𑒌 | 𑒻 | ঐ | ৈ | ||
𑒍 | 𑒼 | ও | ো | ||
𑒽 | |||||
𑒎 | 𑒾 | ঔ | ৌ |
চিত্ৰ | চিহ্ন | অসমীয়া লিপিত |
---|---|---|
𑒏 | ক | |
𑒐 | খ | |
𑒑 | গ | |
𑒒 | ঘ | |
𑒓 | ঙ | |
𑒔 | চ | |
𑒕 | ছ | |
𑒖 | জ | |
𑒗 | ঝ | |
𑒘 | ঞ | |
𑒙 | ট | |
𑒚 | ঠ | |
𑒛 | ড | |
𑒜 | ঢ | |
𑒝 | ণ | |
𑒞 | ত | |
𑒟 | থ | |
𑒠 | দ | |
𑒡 | ধ | |
𑒢 | ন | |
𑒣 | প | |
𑒤 | ফ | |
𑒥 | ব | |
𑒦 | ভ | |
𑒧 | ম | |
𑒨 | য | |
𑒩 | ৰ | |
𑒪 | ল | |
𑒫 | ৱ | |
𑒬 | শ | |
𑒭 | ষ | |
𑒮 | স | |
𑒯 | হ |
চিত্ৰ | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
চিহ্ন | 𑓐 | 𑓑 | 𑓒 | 𑓓 | 𑓔 | 𑓕 | 𑓖 | 𑓗 | 𑓘 | 𑓙 |
অসমীয়া লিপিত | ০ | ১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
ইউনিক’ডৰ ২০১৪ চনৰ জুনত প্ৰকাশিত ৭.০ সংস্কৰণত তিৰহুতা লিপিক অন্তৰ্ভুক্ত কৰা হয়। তিৰহুতা লিপিৰ ইউনিক’ড ব্লকটো অসমীয়া-বঙালী লিপিৰ পৰা পৃথক আৰু ই U+11480 ৰ পৰা U+114DF ক'ড বিন্দুলৈ বিয়পি আছে।
তিৰহুতা[1][2] তিৰহুতা লিপিৰ ইউনিক'ড তালিকা (পি.ডি.এফ.) | ||||||||||||||||
0 | 1 | 2 | 3 | 4 | 5 | 6 | 7 | 8 | 9 | A | B | C | D | E | F | |
U+1148x | 𑒀 | 𑒁 | 𑒂 | 𑒃 | 𑒄 | 𑒅 | 𑒆 | 𑒇 | 𑒈 | 𑒉 | 𑒊 | 𑒋 | 𑒌 | 𑒍 | 𑒎 | 𑒏 |
U+1149x | 𑒐 | 𑒑 | 𑒒 | 𑒓 | 𑒔 | 𑒕 | 𑒖 | 𑒗 | 𑒘 | 𑒙 | 𑒚 | 𑒛 | 𑒜 | 𑒝 | 𑒞 | 𑒟 |
U+114Ax | 𑒠 | 𑒡 | 𑒢 | 𑒣 | 𑒤 | 𑒥 | 𑒦 | 𑒧 | 𑒨 | 𑒩 | 𑒪 | 𑒫 | 𑒬 | 𑒭 | 𑒮 | 𑒯 |
U+114Bx | 𑒰 | 𑒱 | 𑒲 | 𑒳 | 𑒴 | 𑒵 | 𑒶 | 𑒷 | 𑒸 | 𑒹 | 𑒺 | 𑒻 | 𑒼 | 𑒽 | 𑒾 | 𑒿 |
U+114Cx | 𑓀 | 𑓁 | 𑓂 | 𑓃 | 𑓄 | 𑓅 | 𑓆 | 𑓇 | ||||||||
U+114Dx | 𑓐 | 𑓑 | 𑓒 | 𑓓 | 𑓔 | 𑓕 | 𑓖 | 𑓗 | 𑓘 | 𑓙 | ||||||
বি. দ্ৰ. |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.