![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/fb/Grok_logo.svg/langas-640px-Grok_logo.svg.png&w=640&q=50)
গ্ৰক (চেটবট)
এক্সএআই-দ্বাৰা বিকশিত চেটবট / From Wikipedia, the free encyclopedia
গ্ৰক (ইংৰাজী: Grok) হৈছে এক্সএআই-দ্বাৰা বিকশিত এটা উৎপাদনশীল কৃত্ৰিম বুদ্ধিমত্তাৰ চেটবট। ইয়াক ইলন মাস্কে তেওঁৰ দ্বাৰা সহ-প্ৰতিষ্ঠিত কোম্পানী অ’পেনএআই-ৰ চেটজিপিটি-ৰ দ্ৰুত শ্ৰীবৃদ্ধিৰ প্ৰতি সঁহাৰি জনাই এক বৃহৎ ভাষা-আৰ্হিৰ ভিত্তিত বিকশিত কৰে।[5] বৰ্তমান ইয়াৰ বিটা পৰীক্ষা অব্যাহত আছে আৰু ই এক্স প্ৰিমিয়ামৰ সৈতে উপলব্ধ।
ক্ষিপ্ৰ তথ্য বিকাশক, প্ৰিভিউ মুক্তি ...
![]() | |
বিকাশক | এক্সএআই |
---|---|
প্ৰিভিউ মুক্তি | বিটা / ৪ নৱেম্বৰ ২০২৩; ৮ মাহ আগত (2023-11-04)[1][Full citation needed] |
লিখা হৈছে | পাইথন, ৰাষ্ট[2] |
উপলব্ধ হয় | আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, যুক্তৰাজ্য, ভাৰত আৰু আন ৪২খন দেশত[3][4] |
প্ৰকাৰ | চেটবট |
অনুজ্ঞাপত্ৰ | আপাচি-২.০ |
বন্ধ কৰক