গাৰো ভাষা
ভাৰতৰ মেঘালয় ৰাজ্যৰ গাৰো পাহাৰ অঞ্চলৰ অধিবাসীসকলৰ প্ৰধান ভাষা / From Wikipedia, the free encyclopedia
গাৰো ভাষা বা মান্দি ভাষা এটি চীনা-তিব্বতি ভাষা। এই ভাষা ভাৰতৰ মেঘালয় ৰাজ্যৰ গাৰো পাহাৰ অঞ্চলৰ অধিবাসীসকলৰ প্ৰধান ভাষা। ই পাৰ্শ্বৱৰ্তী বাংলাদেশতো প্ৰচলিত। মেঘালয়ৰ প্ৰতিবেশী ৰাজ্য অসমত প্ৰচলিত বড়ো আৰু ৰাভা ভাষাৰ লগত ইয়াৰ ঘনিষ্ঠ সম্পৰ্ক আছে। গাৰো ভাষা লেটিন লিপিৰে লিখা হয়।
ক্ষিপ্ৰ তথ্য Garo (A•chikku), থলুৱা অঞ্চল ...
Garo (A•chikku) | |
---|---|
A•chikku | |
থলুৱা অঞ্চল | India and Bangladesh |
অঞ্চল | Meghalaya, Assam, Bangladesh |
জাতীয়তা | Garo |
স্থানীয় ভাষিক |
1,145,323 (2011)[1] |
ভাষা পৰিয়াল |
Sino-Tibetan
|
উপভাষা | *Am•beng
|
লিখন প্ৰণালী | Latin script Bengali-Assamese script A-Chik Tok'birim |
ভাষা সংকেত | |
ISO 639-3 | grt |
গ্লোটোলগ | garo1247 [2] |
বন্ধ কৰক