গান্ধীনগৰ
গুজৰাটৰ ৰাজধানী নগৰ / From Wikipedia, the free encyclopedia
গান্ধীনগৰ (ইংৰাজী: Gandhinagar) ভাৰতৰ গুজৰাট ৰাজ্যৰ ৰাজধানী নগৰ। গান্ধীনগৰ ভাৰতৰ ৰাজনৈতিক ৰাজধানী দিল্লী আৰু ভাৰতৰ অৰ্থনৈতিক ৰাজধানী মুম্বাইৰ মধ্যৱৰ্তী ঔদ্যোগিক কৰিড'ৰৰ পশ্চিম কেন্দ্ৰীয় পইণ্ট, আহমেদাবাদৰ প্ৰায় ২৩ কিলোমিটাৰ উত্তৰে অৱস্থিত।
ক্ষিপ্ৰ তথ্য গান্ধীনগৰ, দেশ ...
গান্ধীনগৰ | |
---|---|
— ৰাজধানী নগৰ — | |
Akshardham Gandhinagar Gujarat.jpgগান্ধীনগৰস্থিত অক্ষৰধাম মন্দিৰ | |
ভৌগোলিক স্থানাংক: 23.223°N 72.650°E / 23.223; 72.650 | |
দেশ | ভাৰত |
ৰাজ্য | গুজৰাট |
জিলা | গান্ধীনগৰ জিলা |
Named for | মহাত্মা গান্ধী |
চৰকাৰ | |
- প্ৰকাৰ | মেয়ৰ–কাউঞ্চিল |
- পৰিষদ | গান্ধীনগৰ পৌৰ নিগম |
মাটিকালি | |
- মুঠ | ১৭৭ কি.মি.২ (৬৮.৩ বৰ্গ মাইল) |
উচ্চতা | ৮১ মিটাৰ (২৬৫.৭৫ ফুট) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ২,৯২,১৬৭ জন |
- জনঘনত্ব | ১,৬৫০.৭ প্ৰতি বৰ্গ কি.মি. (৪,২৭৫.২ প্ৰতি বৰ্গ মাইল) |
ভাষা | |
- আধিকাৰিক | গুজৰাটী, হিন্দী আৰু ইংৰাজী |
সময় অঞ্চল | ভামাস (গ্ৰী.মা.স.+৫:৩০) |
পিন ক'ড | ৩৮২০১০[2] |
টেলিফোন ক'ড | ০৭৯[3] |
যানবাহনৰ নম্বৰ | GJ-18 |
ৱেবছাইট | gujaratindia |
বন্ধ কৰক
গুজৰাটৰ নতুন ৰাজধানী গান্ধীনগৰ সাবৰমতী নদীৰ পশ্চিম পাৰে, ভাৰতৰ অৰ্থনৈতিক ৰাজধানী মুম্বাইৰ প্ৰায় ৪৫৫ কিলোমিটাৰ (৩৩৮ মাইল) উত্তৰে আৰু ৰাজনৈতিক ৰাজধানী দিল্লীৰ ৯০১ কিলোমিটাৰ (৫৬০ মাইল) দক্ষিণ-পশ্চিমে অৱস্থিত।[4] হিন্দুসকলৰ পবিত্ৰ ধৰ্মস্থল অক্ষৰধাম মন্দিৰ গান্ধীনগৰত অৱস্থিত।[5]