আহমেদাবাদ
ভাৰতৰ গুজৰাট ৰাজ্যৰ এখন মহানগৰ / From Wikipedia, the free encyclopedia
আহমেদাবাদ ভাৰতৰ গুজৰাট ৰাজ্যৰ বৃহত্তম তথা পূৰ্বৰ ৰাজধানী চহৰ। ই আহমেদাবাদ জিলাৰ সদৰ আৰু গুজৰাট উচ্চ ন্যায়ালয় ইয়াতেই অৱস্থিত। ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৫,৬৩৩,৯২৭জন। এই হিচাপে ই ভাৰতৰ পঞ্চম বৃহত্তম চহৰ আৰু আনুমানিক ৬,৩৫৭,৬৯৩জন লোকৰ সৈতে ই ভাৰতৰ সপ্তম বৃহত্তৰ মেট্ৰ'প'লিটান এলেকা।[7][8] আহমেদাবাদ সাবৰমতী নদীৰ পাৰত, গুজৰাটৰ ৰাজধানী গান্ধীনগৰৰ পৰা ৩০ কিলোমিটাৰ (১৯ মাইল) দূৰৈত অৱস্থিত।
ক্ষিপ্ৰ তথ্য আহমেদাবাদAhmedabad અમદાવાદ, দেশ ...
আহমেদাবাদ Ahmedabad અમદાવાદ |
|
---|---|
— মহানগৰ — | |
Ahmedabad montage new1.pngঘড়ী কাঁটাৰ দিশত ক্ৰমে: সাবৰমতী আশ্ৰমত থকা গান্ধী স্মাৰক সংগ্ৰাহলয়, আহমেদাবাদ ৰে'ল ষ্টেশ্যন, চিইপিটি বিশ্ববিদ্যালয়, কংকৰীয়া হ্ৰদ আৰু হঠীছিং মন্দিৰত থকা কীৰ্তি স্তম্ভ | |
ভৌগোলিক স্থানাংক: 23°13′N 72°41′E | |
দেশ | ভাৰত |
ৰাজ্য | গুজৰাট |
জিলা | আহমেদাবাদ |
স্থাপন | * ১১ শতিকাত অশ্বাৱল হিচাপে
|
চৰকাৰ | |
- প্ৰকাৰ | মেয়ৰ–কাউঞ্চিল |
- পৰিষদ | এএমচি |
- মেয়ৰ | বিজল পেটেল (বিজেপি)[1] |
মাটিকালি | |
- মহানগৰ | ৪৬৪.১৬ কি.মি.২ (১৭৯.২ বৰ্গ মাইল) |
অঞ্চলৰ স্থানাংক | গুজৰাটৰ প্ৰথম |
উচ্চতা[2] | ৫৩ মিটাৰ (১৭৩.৮৮ ফুট) |
জনসংখ্যা (২০১১)[3][3] | |
- মহানগৰ | ৫৬,৩৩,৯২৭ জন |
- স্থান | ৫thতম |
- জনঘনত্ব | ১২,১৩৭.৯ প্ৰতি বৰ্গ কি.মি. (৩১,৪৩৭ প্ৰতি বৰ্গ মাইল) |
- চহৰাঞ্চল[4] | ৬৩,৫৭,৬৯৩ জন |
ভাষা | |
- আধিকাৰীক | গুজৰাটী |
- অতিৰিক্ত আধিকাৰীক | হিন্দী আৰু ইংৰাজী |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+5:30) |
পিনক'ড(সমূহ) | 380 0XX |
অঞ্চল কোড | 079 |
যানবাহনৰ নম্বৰ | GJ-01 (পশ্চিম), GJ-27 (পূব),[উদ্ধৃতিৰ প্ৰয়োজন], GJ-38 বাভলা (গ্ৰাম্য) |
লিংগ অনুপাত | 1.11[5] ♂/♀ |
সাক্ষৰতাৰ হাৰ | 89.62[3] |
উৎস: ভাৰতৰ লোকপিয়ল[6] |
বন্ধ কৰক