From Wikipedia, the free encyclopedia
কৰ্ণাটক (কন্নড়: ಕರ್ನಾಟಕ) দক্ষিণ ভাৰতৰ এখন ৰাজ্য। ১৯৫৬ চনৰ ১ নবেম্বৰত ৰাজ্য পুনৰ্গঠন আইনৰ অধীনত এই ৰাজ্য গঠন হয়। ৰাজ্যখনৰ প্ৰাচীন নাম আছিল মহীশূৰ ৰাজ্য। ১৯৭৩ চনত ৰাজ্যখনৰ নাম কৰ্ণাটকলৈ সলনি হয়।
কৰ্ণাটক
Karnataka ಕರ್ನಾಟಕ | |
---|---|
দেশ | ভাৰত |
Region | দক্ষিণ ভাৰত |
Formation | ১ নবেম্বৰ ১৯৫৬ |
ৰাজধানী চহৰ | বাংগালোৰ (বেংগালুৰু) |
বৃহৎ চহৰ | Bangalore |
Districts | 30 |
চৰকাৰ | |
• সংঘ | কৰ্ণাটক চৰকাৰ |
• Governor | Vajubhai Vala |
• Chief Minister | Siddaramaiah (INC) |
• Legislature | Bicameral (224 + 75 seats) |
• High Court | Karnataka High Court |
কালি | |
• মুঠ | 1,91,791 km2 (74,051 sq mi) |
• স্থান | 7th |
জনসংখ্যা (2011)[2] | |
• মুঠ | 6,11,30,704 |
• স্থান | 8th |
• ঘনত্ব | 320/km2 (830/sq mi) |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.