Remove ads
ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ চৰকাৰী ভাষা From Wikipedia, the free encyclopedia
কন্নড় (ইংৰাজী: Kannada, কন্নড়: ಕನ್ನಡ কন্নড) ভাৰতৰ ২২টা চৰকাৰী ভাষাৰ এটা। এই ভাষা কৰ্ণাটক ৰাজ্যৰ চৰকাৰী ভাষা আৰু এই ৰাজ্যৰ প্ৰায় চাৰে তিনি কোটি লোকে এই ভাষাত কথা পাতে। তদুপৰি ই অন্ধ্ৰ প্ৰদেশ, তামিলনাডু আৰু মহাৰাষ্ট্ৰত প্ৰচলিত। মাতৃভাষী আৰু দ্বিতীয় ভাষাভাষীৰ সংখ্যা মিলাই কন্নড়-ভাষীৰ সংখ্যা প্ৰায় ৫ কোটি।[1]
সংখ্যা | নাম | অসমীয়া |
---|---|---|
೦ | সূন্নে (ಸೊನ್ನೆ) | ০ |
೧ | ওন্দু (ಒಂದು) | ১ |
೨ | এৰিডু (ಎರಡು) | ২ |
೩ | মূৰু (ಮೂರು) | ৩ |
೪ | নাল্কু (ನಾಲ್ಕು) | ৪ |
೫ | আইদু (ಐದು) | ৫ |
೬ | আৰু (ಆರು) | ৬ |
೭ | ইয়েএলু (ಏಳು) | ৭ |
೮ | এন্টু (ಎಂಟು) | ৮ |
೯ | ওম্বাত্তু (ಒಂಬತ್ತು) | ৯ |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.