কালিৰাম মেধি
অসমীয়া সাহিত্যিক আৰু ব্যাকৰণিক / From Wikipedia, the free encyclopedia
কালিৰাম মেধি (ইংৰাজী: Kaliram Medhi; ১৮৮০-১৯৫৪)[1] এজন প্ৰসিদ্ধ অসমীয়া সাহিত্যিক আৰু ব্যাকৰণিক আছিল। পৌৰাণিক অসমীয়া সাহিত্যৰ বিজ্ঞানসন্মত পুথি সমালোচনাৰ ক্ষেত্ৰত তেখেত পথপ্ৰদৰ্শক আছিল। কালিৰাম মেধিয়ে ১৯০২ চনত ‘বিষ্ণুপ্ৰিয়া দেৱী পুৰস্কাৰ’ আৰু ১৯৪৬ চনত ‘ৰায়বাহাদুৰ অব আছাম’ খিতাপ লাভ কৰিছিল।১৯২৩ চনত হেম সৰস্বতীৰ 'প্ৰহ্লাদ চৰিত' কাব্য খন সম্পাদনা কৰি প্ৰকাশ কৰে গবেষণা আৰু পাণ্ডিত্যৰ বাবে ১৯৪৩ চন ‘তত্ত্বনিধি’ উপাধি লাভ কৰিছিল।[2]
ক্ষিপ্ৰ তথ্য কালিৰাম মেধি, জন্ম ...
কালিৰাম মেধি | |
---|---|
জন্ম | ১৮ অক্টোবৰ, ১৮৮০ (১৪৩ বছৰ) ৰামদিয়া গাঁও, কামৰূপ, অসম |
মৃত্যু | ২৪ জানুৱাৰী, ১৯৫৪ (৭৩ বছৰ) |
পেচা | সাহিত্যিক, ব্যাকৰণিক |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ![]() |
শিক্ষা | স্নাতকোত্তৰ |
উল্লেখযোগ্য বঁটা | বিষ্ণুপ্ৰিয়া দেৱী পুৰস্কাৰ (১৯০২) ৰায়বাহাদুৰ অব আছাম (১৯৪৬) |
দাম্পত্যসংগী | স্বৰ্ণলতা ভূঞা |
সন্তান | সৌৰভ কুমাৰ চলিহা |
বন্ধ কৰক