কল্পনা লাজমী
From Wikipedia, the free encyclopedia
কল্পনা লাজমী (জন্ম ১৯৫৪, মৃত্যু ২০১৮) ভাৰতীয় চলচ্চিত্ৰ নিৰ্দেশিকা, প্ৰযোজিকা, আৰু চিত্ৰনাট্যকাৰ। স্বকীয় শৈলীত নিৰ্মিত তেখেতৰ চিনেমাবোৰ বাস্তৱমুখী আৰু কম বাজেটৰ যাক ভাৰতত তথাকথিত "আৰ্ট ফিল্ম" বোলা যায়। সাধাৰণতে তেখেতৰ চিনেমাবোৰ নাৰী সম্পৰ্কীয় বিষয় লৈ নিৰ্মিত। লাজমী ড॰ ভূপেন হাজৰিকাৰ অত্যন্ত ঘনিষ্ঠ বান্ধবী আছিল। [1][2][3] [4]
এই জীৱনী বিষয়ক চমু প্ৰবন্ধটোক বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য কল্পনা লাজমী, জন্ম ...
কল্পনা লাজমী | |
---|---|
জন্ম | ১৯৫৪ |
মৃত্যু | ২৩ ছেপ্টেম্বৰ, ২০১৮ মুম্বাই |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | চলচ্চিত্ৰ নিৰ্দেশিকা, প্ৰযোজিকা, চিত্ৰনাট্যকাৰ,লেখিকা |
আত্মীয়-স্বজন | গুৰু দত্ত (খুড়া) আত্মা ৰাম (খুড়া) |
বন্ধ কৰক