From Wikipedia, the free encyclopedia
উৎপল বৰপূজাৰীএগৰাকী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী চলচ্চিত্ৰ সমালোচক আৰু পৰিচালক। তেওঁৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ ঈশ্বুয়ে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৬৫তম ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।[1] তেওঁ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, ৰুৰকীৰ পৰা প্ৰায়োগিক ভূবিদ্যা বিষয়ত এম.টেক. ডিগ্ৰী লাভ কৰিছিল। তেওঁৰ ছবিসমূহ দেশ বিদেশৰ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ প্ৰদৰ্শিত হৈছ।[2][3][4] তেওঁ ২০০২ চনৰ বাবে শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ ৫০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ স্বৰ্ণ কমল লাভ কৰিছিল।
উৎপল বৰপূজাৰী | |
---|---|
২০১৩ চনত উৎপল বৰপূজাৰী | |
জন্ম | অসম, ভাৰত |
বাসগৃহ | গুৱাহাটী |
পেচা | চলচ্চিত্ৰ সমালোচক, পৰিচালক |
বঁটা, সন্মান, পুৰস্কাৰ আদি | শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.