![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/0/04/Dibang_Valley_in_Arunachal_Pradesh_%2528India%2529.svg/langas-640px-Dibang_Valley_in_Arunachal_Pradesh_%2528India%2529.svg.png&w=640&q=50)
উজনি দিবাং উপত্যকা জিলা
From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটোক নামনি দিবাং উপত্যকা জিলা নামৰ প্ৰবন্ধৰ সৈতে খেলি-মেলি নকৰে যেন।
উজনি দিবাং উপত্যকা (Pron:/dɪˈbæŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা।[2] এই জিলাখনৰ নাম দিবাং নদীৰ পৰা আহিছে।[3] জিলাখনৰ অধিবাসী মিচমি সকলে দিবাং নদীক তালুন (Talon) আখ্যা দিয়ে। মাটিকালিৰ ফালৰ পৰা উজনি দিবাং উপত্যকা ৰাজ্যৰ সৰ্ববৃহৎ জিলা যদিও এই জিলাৰ জনসংখ্যা ভাৰতৰ ভিতৰতে সৰ্বনিম্ন।[1]
ক্ষিপ্ৰ তথ্য উজনি দিবাং উপত্যকা জিলা, দেশ ...
উজনি দিবাং উপত্যকা জিলা | |
---|---|
— অৰুণাচল প্ৰদেশৰ জিলা — | |
![]() |
|
দেশ | ![]() |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
স্থাপিত | ১৬ ডিচেম্বৰ ২০০১ (2001-12-16) |
সদৰ | আনিনি |
চৰকাৰ | |
- লোকসভা সমষ্টি | অৰুণাচল পূব |
- বিধানসভা সমষ্টি | আনিনি |
মাটিকালি | |
- মুঠ | ৯,১২৯ কি.মি.২ (৩,৫২৪.৭ বৰ্গ মাইল) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ৭,৯৪৮ জন |
- জনঘনত্ব | ০.৯ প্ৰতি বৰ্গ কি.মি. (২.৩ প্ৰতি বৰ্গ মাইল) |
- চহৰাঞ্চল | ২৭.৫৫% জন |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৬৪.৮%[1] |
- লিংগ অনুপাত | ৮০৮[1] |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
স্থানাঙ্ক | 28°42′N 95°42′E |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
বন্ধ কৰক