নামনি দিবাং উপত্যকা জিলা
From Wikipedia, the free encyclopedia
নামনি দিবাং উপত্যকা জিলা (Lower Dibang Valley district, Pron:/dɪˈbæŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ ভাৰতৰ জিলাসমূহৰ ভিতৰত এই জিলাখন দশম সৰ্বনিম্ন জনবসতিপূৰ্ণ জিলা হিচাপে স্বীকৃত৷[3]
ক্ষিপ্ৰ তথ্য নামনি দিবাং উপত্যকা জিলা, দেশ ...
নামনি দিবাং উপত্যকা জিলা | |
---|---|
— অৰুণাচল প্ৰদেশৰ জিলা — | |
অৰুণাচল প্ৰদেশত নামনি দিবাং উপত্যকাৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
স্থাপিত | ১৬ ডিচেম্বৰ ২০০১ (2001-12-16) |
সদৰ | ৰয়িং |
মহকুমা | ৰয়িং, হুনিল, দাম্বুক |
চৰকাৰ | |
- লোকসভা সমষ্টি | অৰুণাচল পূব |
- বিধানসভা সমষ্টি | ২টা (দাম্বুক, ৰয়িং) |
মাটিকালি | |
- মুঠ | ৩,৯০০ কি.মি.২ (১,৫০৫.৮ বৰ্গ মাইল) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ৫৪,০৮০ জন |
- জনঘনত্ব | ১৩.৯ প্ৰতি বৰ্গ কি.মি. (৩৫.৯ প্ৰতি বৰ্গ মাইল) |
- চহৰাঞ্চল | ১১,৩৮৯ জন |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৬৯.১%[2] |
- লিংগ অনুপাত | ৯২৮[1] |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
স্থানাঙ্ক | 28.144545°N 95.841722°E / 28.144545; 95.841722 |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
বন্ধ কৰক