From Wikipedia, the free encyclopedia
ইউৰেনাচ (ইংৰাজীত: Uranus) সৌৰজগতৰ সূৰ্যৰ পৰা দূৰত্বৰ দিশত এই গ্ৰহটো সপ্তম আৰু আকাৰ আয়তনৰ দিশত সৌৰজগতৰ তৃতীয় বৃহত্তম গ্ৰহ। গ্ৰহটোৰ নাম আকাশৰ গ্ৰীক দেৱতা ক্ৰ'নচৰ পিতৃ, জ্যুচৰ পিতামহ তথা এৰিচৰ প্ৰপিতামহ ইউৰেনাচৰ পৰা লোৱা হৈছে। সৌৰজগতৰ ভিতৰত ইউৰেনাচৰ কক্ষপথ তৃতীয় বৃহৎ আৰু ভৰৰ ফালৰপৰা ইয়াৰ স্থান চতুৰ্থ। বিজ্ঞানীসকলে নেপচুন আৰু ইউৰেনাচ উভয়কে তুষাৰ দানৱ হিচাপে নামকৰণ কৰিছে। ইউৰেনাচৰ বাতাবৰণ বৃহস্পতি আৰু শনিৰ দৰে হাইড্ৰ’জেন আৰু হিলিয়ামেৰে পূৰ্ণ যদিও ইয়াত তুষাৰ, এম’নিয়া আৰু মিথেন অধিক পৰিমাণে পোৱাৰ উপৰিও হাইড্ৰ’কাৰ্বনৰ উপস্থিতি পোৱা যায়।[2] সৌৰজগতৰ ভিতৰত ইউৰেনাচৰ পৰিৱেশেই সকলোতকৈ শীতল (-২২৪ ডিগ্ৰী চেলচিয়াছ)। এই গ্ৰহটো মিথেনৰ ডাৱৰেৰে আৱৰা [2]আৰু বৰফ আৰু শিলেৰে গঠিত। [3]
ভয়েজাৰ ২ যোগে লোৱা ইউৰেনাচ গ্ৰহৰ চিত্ৰ | |||||||||||||
আৱিষ্কাৰ | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
আৱিষ্কাৰক | William Herschel | ||||||||||||
আৱিষ্কাৰৰ তাৰিখ | March 13, 1781 | ||||||||||||
বিৱৰণ | |||||||||||||
বিশেষণ | Uranian | ||||||||||||
কক্ষপথৰ বৈশিষ্ট্য | |||||||||||||
যুগ J2000 | |||||||||||||
অপসূৰ | 3,006,389,405 km 20.096 471 90 AU 1,868,088,249 miles | ||||||||||||
অনুসূৰ | 2,735,555,035 km 18.286 055 96 AU 1,699,799,169 miles | ||||||||||||
অৰ্ধ-মুখ্য অক্ষ | 2,870,972,220 km 19.191 263 93 AU 1,783,943,710 miles | ||||||||||||
উৎকেন্দ্ৰতা | 0.047 167 71 | ||||||||||||
পৰ্যায়কাল | 369.65 day | ||||||||||||
গড় কক্ষীয় দ্ৰুতি | 6.795 km/s | ||||||||||||
নতি | 0.769 86° (6.48° to Sun's equator) | ||||||||||||
উদ্বিন্দুৰ দ্ৰাঘিমা | 74.229 88° | ||||||||||||
উপগ্ৰহসমূহ | 27 | ||||||||||||
ভৌতিক বৈশিষ্ট্যসমূহ | |||||||||||||
বিষুৱীয় ব্যাসাৰ্ধ | 25,559 km (4.007 Earths) | ||||||||||||
মেৰু ব্যাসাৰ্ধ | 24,973 km (3.929 Earths) | ||||||||||||
পৃষ্ঠৰ ক্ষেত্ৰফল | 8.084×109 km2 (15.849 Earths) | ||||||||||||
আয়তন | 6.834×1013 km3 (63.086 Earths) | ||||||||||||
ভৰ | 8.6832×1025 kg (14.536 Earths) | ||||||||||||
গড় ঘনত্ব | 1.318 g/cm3 | ||||||||||||
বিষুৱীয় পৃষ্ঠৰ অভিকৰ্ষ | 8.69 m/s2 (0.886 g) | ||||||||||||
পলায়ন বেগ | 21.29 km/s | ||||||||||||
নাক্ষত্ৰিক ঘূৰ্ণনকাল | −0.718 33 day (17 h 14 min 24 s by convention)[1] | ||||||||||||
বিষুৱীয় অঞ্চলত ঘূৰ্ণন বেগ | 2.59 km/s = 9320 km/h | ||||||||||||
অক্ষীয় ঢাল | 97.77° | ||||||||||||
উত্তৰ মেৰুৰ বিষুৱাংশ | 77.31° (5 h 9 min 15 s) | ||||||||||||
উত্তৰ মেৰুৰ বিষুৱলম্ব | +15.175° | ||||||||||||
প্ৰতিফলন অনুপাত | 0.51 | ||||||||||||
| |||||||||||||
বায়ুমণ্ডল | |||||||||||||
পৃষ্ঠৰ চাপ | 120 kPa (at the cloud level) | ||||||||||||
আয়তন অনুসৰি সংযুতি | 83% Hydrogen 15% Helium 1.99% Methane 0.01% Ammonia 0.00025% Ethane 0.00001% Acetylene trace Carbon monoxide trace Hydrogen sulfide | ||||||||||||
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.