From Wikipedia, the free encyclopedia
নেপচুন (ইংৰাজীত: Neptune) সৌৰজগতৰ সূৰ্যৰ পৰা দূৰত্বৰ দিশত এই গ্ৰহটো অষ্টম আৰু আকাৰ আয়তনৰ দিশত সৌৰজগতৰ চতুৰ্থ বৃহত্তম গ্ৰহ আনহাতে ভৰৰ দিশত এই গ্ৰহটোৱে তৃতীয় স্থান অধিকাৰ কৰিছে। ৰোমানলোকসকলৰ সাগৰীয় দেৱতা নেপচুনৰ পৰাই গ্ৰহটোৰ নাম নেপচুন ৰখা হৈছে।
বৰ্ণনা চাবৰ বাবে ছবিখনত ক্লিক কৰক | |||||||||
আৱিষ্কাৰ | |||||||||
---|---|---|---|---|---|---|---|---|---|
আৱিষ্কাৰক | Urbain Le Verrier John Couch Adams Johann Galle | ||||||||
আৱিষ্কাৰৰ তাৰিখ | September 23, 1846 | ||||||||
বিৱৰণ | |||||||||
বিশেষণ | Neptunian | ||||||||
কক্ষপথৰ বৈশিষ্ট্য | |||||||||
যুগ J2000 | |||||||||
অপসূৰ | 4,536,874,325 km 30.327 131 69 AU | ||||||||
অনুসূৰ | 4,459,631,496 km 29.810 795 27 AU | ||||||||
অৰ্ধ-মুখ্য অক্ষ | 4,498,252,900 km 30.068 963 48 AU | ||||||||
উৎকেন্দ্ৰতা | 0.008 585 87 | ||||||||
পৰ্যায়কাল | 367.49 day | ||||||||
গড় কক্ষীয় দ্ৰুতি | 5.432 km/s | ||||||||
নতি | 1.769 17° (6.43° to Sun's equator) | ||||||||
উদ্বিন্দুৰ দ্ৰাঘিমা | 131.721 69° | ||||||||
উপগ্ৰহসমূহ | 14 টা। | ||||||||
ভৌতিক বৈশিষ্ট্যসমূহ | |||||||||
বিষুৱীয় ব্যাসাৰ্ধ | 24,764 km (3.883 Earths) | ||||||||
মেৰু ব্যাসাৰ্ধ | 24,341 km (3.829 Earths) | ||||||||
পৃষ্ঠৰ ক্ষেত্ৰফল | 7.619×109 km² (14.94 Earths) | ||||||||
আয়তন | 6.254×1013 km³ (57.74 Earths) | ||||||||
ভৰ | 1.0243×1026 kg (17.147 Earths) | ||||||||
গড় ঘনত্ব | 1.638 g/cm³ | ||||||||
বিষুৱীয় পৃষ্ঠৰ অভিকৰ্ষ | 11.15 m/s2 (1.14 g) (At 1 bar) | ||||||||
পলায়ন বেগ | 23.5 km/s | ||||||||
নাক্ষত্ৰিক ঘূৰ্ণনকাল | 16.11 h (16 h 6 min 36 s) 1 | ||||||||
বিষুৱীয় অঞ্চলত ঘূৰ্ণন বেগ | 2.68 km/s = 9660 km/h (at the equator) | ||||||||
অক্ষীয় ঢাল | 28.32° | ||||||||
উত্তৰ মেৰুৰ বিষুৱাংশ | 299.33° (19 h 57 min 20 s) | ||||||||
উত্তৰ মেৰুৰ বিষুৱলম্ব | 42.95° | ||||||||
প্ৰতিফলন অনুপাত | 0.41 | ||||||||
| |||||||||
বায়ুমণ্ডল | |||||||||
পৃষ্ঠৰ চাপ | ≫100 kPa | ||||||||
আয়তন অনুসৰি সংযুতি | 80% ±3.2% Hydrogen - H2 19% ±3.2% Helium - He 1.5% ±0.5% Methane - CH4 192 ppm Hydrogen Deuteride - HD 1.5 ppm Ethane - C2H6 | ||||||||
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.