আল-আহজাব
আল-কোৰআনৰ ৩৩তম ছূৰা। / From Wikipedia, the free encyclopedia
আল-আহজাব (আৰবী: الأحزاب, al-aḥzāb; [1] অৰ্থ: the confederates,[2] বা "গোত্ৰ", "মিত্ৰজোঁট", বা "সংযুক্ত শক্তিসমূহ") হৈছে পবিত্ৰ কোৰআনৰ ৩৩তম ছূৰা যাৰ ৭৩টা আয়াত আছে। ছূৰাৰ নাম লোৱা হৈছে সেই দলসমূহৰ (আল-আহজাব), বা কনফেডাৰেট (কুৰাইশ্ব আৰু অন্যান্য জনগোষ্ঠীৰ মাজত মিত্ৰতা)ৰ উল্লেখৰ পৰা, যিসকলে খাদৰ যুদ্ধত (৫/৬২৭) মুছলমানসকলৰ সৈতে যুঁজিছিল, যি... দলসমূহৰ যুদ্ধ আৰু মদিনা ঘেৰাও কৰাৰ বাবে হৈছিল।[3]
ক্ষিপ্ৰ তথ্য শ্ৰেণী, পৰিসংখ্যা ...
শ্ৰেণী | মদিয়ান |
---|---|
পৰিসংখ্যা | |
ছূৰাৰ ক্ৰম | ৩৩ |
আয়াতৰ সংখ্যা | ৭৩ |
পাৰাৰ ক্ৰম | ২১ৰ পৰা ২২ লৈ |
ৰুকৰ সংখ্যা | ৯ |
পূৰ্বৱতী ছূৰা | কোৰআন ৩২ |
পৰৱৰ্তী ছূৰা | কোৰআন ৩৪ |
----
|
বন্ধ কৰক
![](http://upload.wikimedia.org/wikipedia/commons/thumb/5/5a/Sura_33.jpg/640px-Sura_33.jpg)