মদিনা
চৌদি আৰৱৰ আল মদিনাহ প্ৰদেশৰ ৰাজধানী চহৰ / From Wikipedia, the free encyclopedia
মদিনা (আৰবী: المدينة, চৰকাৰী ভাবে: المدينة المنورة আল-মদিনা আল-মুনাওয়াৰাহ) অথবা মদিনাহ হিচাপেও ইয়াক অনুবাদ কৰা হয়, হৈছে পশ্চিমী চৌদি আৰৱৰ হেজাজ অঞ্চলৰ এখন চহৰ আৰু আল মদিনাহ প্ৰদেশৰ ৰাজধানী। ই ইছলামৰ দ্বিতীয় পৱিত্ৰ চহৰ য'ত মুছলিম সকলৰ শেষ নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি ওয়া ছাল্লামৰ কবৰ আছে। ই ঐতিহাসিকভাবে গুৰুত্বপূৰ্ণ কাৰণ হজৰত মুহাম্মাদ (ছাঃ) হিজৰতৰ পাছত মদিনাত বসবাস কৰিছিল। নানান ঐতিহাসিক কাৰণত মদিনা অত্যন্ত গুৰুত্বপূৰ্ণ। বিশেষকৈ মুছলিম সকলৰ ওচৰত অত্যন্ত শ্ৰদ্ধেয় আৰু পৱিত্ৰ এই নগৰীটো।
ক্ষিপ্ৰ তথ্য মদিনা, দেশ ...
মদিনা | |
---|---|
— চহৰ — | |
দেশ | ![]() |
অঞ্চল | আল মদিনাহ |
মাটিকালি | |
- চহৰ | ৫৮৯ কি.মি.২ (২২৭.৪ বৰ্গ মাইল) |
- চহৰাঞ্চল | ২৯৩ কি.মি.২ (১১৩.১ বৰ্গ মাইল) |
উচ্চতা | ৬২০ মিটাৰ (২,০৩৪.১২ ফুট) |
জনসংখ্যা (২০১০) | |
- চহৰ | ১১,৮৩,২০৫ জন |
- জনঘনত্ব | ২,০০৮.৮ প্ৰতি বৰ্গ কি.মি. (৫,২০২.৯ প্ৰতি বৰ্গ মাইল) |
- চহৰাঞ্চল | ৭,৮৫,২০৪ জন |
সময় অঞ্চল | আৰবীয়া মান সময় (গ্ৰী.মা.স.+৩) |
ৱেবছাইট | www |
বন্ধ কৰক